কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অসংস্কৃতo.xong.skritVerbal Adj.
যাৰ সংস্কাৰ কৰা হোৱা নাই বা যাক পবিত্ৰ কৰা হোৱা নাই
not made an object of honour or veneration, or not made sacred
- অসঙ্কুচিতo.xong.ku.si.toVerbal Noun
কোনো সঙ্কোচ নোহোৱা অৱস্থা৷
the state of not having any hesitation.
- অসঞ্চাৰীo.xon.sa.riVerbal Adj.
সহজে বিয়পিব নোৱাৰা বা এজনৰ পৰা আনজনৰ শৰীৰলৈ সহজে যাব নোৱাৰা
not capable of being communicated or transmitted easily
- অসন্তুষ্টo.xon.tus.toVerbal Adj.
সন্তোষ নোপোৱা, তৃপ্ত নোহোৱা, হেঁপাহ নপলোৱা ।
being in the state of not fulfilled
- অসন্মত হa.xon.mot hoVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- অসন্মানo.xon.manVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- অসম বন্ধo.xom bondhVerbal Noun
অসমত যোৱা শতিকাৰ আগভাগৰ পৰা যিকোনো সংগঠনে নিজৰ কিবা দাবীপূৰণৰ বাবে (চৰকাৰক) হেঁচা দিবলৈ কোনোবা দিনত সমগ্ৰ অসমৰ চৰকাৰী, ব্যৱসায়িক কাম-কাজ, শিক্ষানুষ্ঠান, যান-বাহনৰ চলাচল আদি বন্ধকৰি দিয়া এটা ক্ষতিকৰ ব্যৱস্থা৷
an unhealthy practice in Assam (that started in the beginning of the eighties of the last decade) which many organizations practise to pressurize the government by closing all government,educational and commercial activities throughout Assam to accept their demands.
- অসমানুপাতিকVerbal Adj.
শৰীৰ অথবা কোনো বস্তুৰ অঙ্গবোৰৰ উচিত জোখ বা সমতা নথকা।
without the proper size or symmetry of different parts of the body.
- অসম্পাদিতo.xom.pa.di.toVerbal Adj.
যিটো কৰা হোৱা নাই বা সমাপ্ত কৰা হোৱা নাই৷
what has not been carried out or completed
- অসহযোগিতাo.xo.ho.jo`.gi.taVerbal Noun
সহযোগিতাৰ অভাৱ বা সহযোগ নকৰা অৱস্থা
lack or absence of cooperation
- অসাৰ্থকতাo.xar.tho.ko.taVerbal Noun
কাৰ্য্যকাৰিতা বা সফলতাৰ অভাৱ
lack or absence of results or success
- অসুবিধা দেo.xu.bi.dha deVerb-Trans.
অসহজ অৱস্থাত পেলা বা বেমেজালিৰ সৃষ্টি কৰ্
to put to inconvenience
- অসূৰ্যস্পৰ্শিতVerbal Adj.
যাক সূৰ্যই স্পৰ্শ কৰা নাই বা যি পোহৰলৈ অহা নাই
untouched by sunlight
- অসেৱনীয়o.xe.wo.ni.yoVerbal Adj.
যি সেৱাৰ অযোগ্য; যাক পূজা বা সেৱা কৰা যুগুত নহয়
not capable of being worshiped; unworthy of worship
- অসেৱিতব্যo.xe.wi.to.byoVerbal Adj.
যি সেৱাৰ অযোগ্য; যাক পূজা বা সেৱা কৰা যুগুত নহয়
not capable of being worshiped; unworthy of worship
- অস্ত যাos.to jaVerb-Trans.
ক্ৰমান্বয়ে তললৈ গৈ অদৃশ্য হোৱা
to descend or to go down and gradually disappear (The Sun of any such celestial body)
- অস্তগতos.to.go.toVerbal Adj.
নেদেখা হৈ যোৱা বা দৃষ্টিৰ আঁতৰ হৈ যোৱা
which has gone away from sight
- অস্তপ্ৰায়Verbal Adj.
অস্ত যাবলৈ ধৰা
almost set or in the process of setting
- অস্তিত্ব থাকos.tit.to thakVerb-Intran.
বাস্তৱ হোৱা অৱস্থা৷
to be real; to become available
- অস্তিত্বশূন্যতাos.ti.two.xu.nyo.taVerbal Noun
অস্তিত্ব বা স্থিতিৰ অভাৱ বা হীনতা।
lack or absence of existence.