কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিল-পানীśila-pānīNoun
বৰফ
ice
- শিল-বালিśila-bāliNoun
খৰচীয়া বালি
coarse sand
- শিল-বৰষাxil-bo.ro.xaAbstract Noun
ডাৱৰৰ পৰা সৃষ্ট কঠিন বৰফৰ টুকুৰা বৰষি পৰা বৰষুণ
showery precipitation in the form of irregular pellets or balls of ice
- শিল-বৰষুণxil-bo.ro.xunAbstract Noun
ডাৱৰৰ পৰা সৃষ্ট কঠিন বৰফৰ টুকুৰা বৰষি পৰা বৰষুণ
showery precipitation in the form of irregular pellets or balls of ice
- শিলকটীয়াxil.ko.ti.yaCommon Noun
শিল কটা ব্যক্তি ৷
a person who cuts or carves stone.
- শিলকতৰাxil.ko.to.raCommon Noun
The Siberian Stonechat or Asian Stonechat is a recently-validated species of the Old World flycatcher family (Muscicapidae). Like the other thrush-like flycatchers, it was often placed in the Turdidae in the past. It breeds in temperate Asia and easternmost Europe and winters in the Old World tropics.(Assamese birds name source- Prantik 16 Jun 2009, article page-26)
- শিলকামোৰাxil.ka.mo.raCommon Noun
এবিধ মাছ।
A species of ray-finned fish in the genus Garra.
- শিলগুটিśilaguṭiNoun
সৰু গোটা শিল
a pebble
- শিলচৰProper Noun
দক্ষিণ অসম বা বৰাক উপত্যকাৰ প্ৰধান চহৰ৷
A town on the southern part of Assam
- শিলনিNoun
সৰহীয়াকৈ শিল থকা ঠাই
a place full of stone; a stony place
- শিলপুখুৰীxil.pu.khu.riProper Noun
গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চল এটা৷
An important place in Guwahati city.
- শিলাśilāNoun
শিল
stone
- শিলা-ধমনাśilā-dhamanāNoun
গাৰ কোনো অংশ উখহি শিলৰ দৰে টান মৰ এবিধ বেমাৰ
a kind of disease in which a part of the body swells and becomes hard like stone
- শিলাকুটিśilākuṭiNoun
শিল কাটি বস্ত্ত তৈয়াৰ কৰা মানুহ
a stone- cutter; a sculptor
- শিলাকুটিয়াxi.la.ku.ti.yaCommon Noun
যিয়ে শিল বা কাঠ কাটি মূর্ত্তি গঢ়ে
One who makes earthen images.
- শিলাকুটীxi.la.ku.tiCommon Noun
যিয়ে শিল বা কাঠ কাটি মূর্ত্তি গঢ়ে
One who makes earthen images.
- শিলাখণ্ডxi.la.khon.doMaterial Noun
প্ৰাকৃতিক ভাৱে গঠিত আপেক্ষিকভাৱে কঠিন খনিজ বা অন্য টান বস্তু।
relatively hard, naturally formed mineral or petrified matter.
- শিলাজতুxi.la.jo.tuMaterial Noun
খাৰুৱা তেলৰ পৰা উৎপাদিত এবিধ ক’লা পদাৰ্থ, যি তপতালে গলে আৰু এক আঠাযুক্ত পদাৰ্থলৈ ৰূপান্তৰ হয়; সাধাৰণতে ৰাস্তা পকী কৰাৰ কামত ব্যৱহৃত হয়।
liquid pitch, a black substance, sticky when hot, used especially for making roads.
- শিলাজিৎxi.la.jitMaterial Noun
হিমালয় অঞ্চলত পোৱা লিকটীয়া বগা-কজলা ৰঙৰ পদাৰ্থ৷ পৌৰাণিক পৰম্পৰাগত দৰবত প্ৰয়োগ কৰা হয়৷ ইয়াত ৮৫টা মান মনিক আছে বুলি জনা গৈছে৷
is a thick, sticky tar-like substance with a colour ranging from white to dark brown (the latter is more common), is found predominately in Himalaya and Tibet mountains, Caucasus mountains, Altai Mountains, and mountains of Gilgit Baltistan Pakistan.It is used in Ayurveda, the traditional Indian system of medicine. It has been reported to contain at least 85 minerals in ionic form, as well as triterpenes, humic acid and fulvic acid.
- শিলাধমনা ৰোগxi.la.dho.mo.na ro`gAbstract Noun
এবিধ শৰীৰ জঠৰ হোৱা বেমাৰ
a physical condition usually associated with catatonic schizophrenia, characterized by suspension of sensation, muscular rigidity, fixity of posture, and often by loss of contact with environment