← ফুৰি যাওক

শিলা-ধমনা

śilā-dhamanā

অৰ্থ

1.

গাৰ কোনো অংশ উখহি শিলৰ দৰে টান মৰ এবিধ বেমাৰ

a kind of disease in which a part of the body swells and becomes hard like stone

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিলা-ধমনা · অসমীয়া অভিধান