কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মন্থৰতাmon.tho.ro.taAbstract Noun
লাহে-লাহে যোৱা বা হোৱা গুণ বা অৱস্থা।
the property of being slow; lack of speed.
- মন্দ অদৃষ্টmon.do o.dris.toAbstract Noun
জীৱনৰ কোনো সময়ত নৰিয়া বা মৃত্যু জন্মাব পৰা গ্ৰহ-নক্ষত্ৰাদিৰ যোগ
an evil combination of stars supposed to injure a person at a certain period of his life
- মন্দ গতিmanda, gatiNoun
লাহে লাহে যোবা কাৰ্য্য; ধীৰ গতি
slow motion
- মন্দ গ্ৰহmon.do.grohCommon Noun
অমঙ্গলীয়া বা অমঙ্গলকাৰী গ্ৰহ।
an inauspicious star.
- মন্দকাৰীmandakārīNoun
বেয়া কৰা লোক; অনিষ্টকাৰী
an evil doer
- মন্দতাmon.do.taAbstract Noun
লাহে-লাহে যোৱা বা হোৱা গুণ বা অৱস্থা।
the property of being slow; lack of speed.
- মন্দত্বmon.do.twoAbstract Noun
লাহে-লাহে যোৱা বা হোৱা গুণ বা অৱস্থা।
the property of being slow; lack of speed.
- মন্দদশাmon.do.do.xaAbstract Noun
সঙ্কটত পৰি আলৈ-আহুকাল হোৱা অৱস্থা৷
A prolonged condition of distress due to misfortune, calamity or desease.
- মন্দবুদ্ধিmon.do.bud.dhiCommon Noun
বুদ্ধি নোহোৱা মানুহ।
a person showing lack of sense.
- মন্দভাগ্যmon.do.bha.gyoProper Adj.
দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা
causing or being a subject for grief or regret
- মন্দাকিনীmandākinīNoun
স্বৰ্গৰ গঙ্গা; আকাশী গঙ্গা
the Ganges of heaven
- মন্দাগ্নিmandāgniNoun
অজীৰ্ণতা; খোবা বস্ত্ত জীৰ্ণ যোবা শক্তিৰ হ্ৰাস
indigestion
- মন্দাৰmandāraNoun
স্বৰ্গৰ পাৰিজাত ফুলৰ গছ
a flower tree in the garden of Indra
- মন্দাৱস্থাmon.da.bos.thaAbstract Noun
অৰ্থনৈতিক সংকোচনৰ এক অৱধি বা পৰ্য্যায়, কেতিয়াবা সীমিত সময় বা বিস্তৰণৰ কাৰণে
a period of an economic contraction, sometimes limited in scope or duration
- মন্দিৰmandiraNoun
থকা ঠাই; ঘৰ; মঠ; দেবতাৰ ঘৰ; দেবালয়
a dwelling-place; a house; the abode of a deity a temple
- মন্দিৰাmandirāNoun
"মঞ্জীৰা" চোবাঁ; যেনে-"মধুৰ মৱদঙ্গ মদিৰ উপাঙ্গ" (বৰগীত)।
- মন্দোদৰীmandodarīNoun
ৰাবণৰ প্ৰধান মহিষী; ইন্দ্ৰজিতৰ মাক।
- মন্দ্ৰAbstract Noun
সংগীত শাস্ত্ৰৰ প্ৰথম সপ্তক
Lower octave as per classical music.
- মন্দৰmandaraNoun
সাগৰ মথোঁতে দেবাসুৰে মথনী-স্বৰূপে ব্যবহাৰ কৰা এখন পৰ্ব্বত
name of a mountain said to have been used as the churning rod in churning the ocean by the gods and demons
- মন্নথProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.