কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্ম্মানুষ্ঠানNoun
ধৰ্ম্ম-কাৰ্য্য; ধৰ্ম্মৰ কাৰ্য্যকৰণ; ধৰ্ম্ম-চৰ্চ্চা; ন্যায় আচৰণ
exercise of piety or religion
- ধৰ্ম্মান্ধতাdhor.man.dho.taAbstract Noun
আনৰ ধৰ্মীয় বিশ্বাস বা মতামতক একেবাৰে সহ্য নকৰা স্বভাৱ বা প্ৰকৃতি
stubborn and complete intolerance of any creed, belief, or opinion that differs from one's own
- ধৰ্ম্মোত্তৰNoun
ধৰ্ম্ম পালন কৰিবলৈ মহন্তক দান কৰা মাটি
land granted to a Mahanta
- ধৰ্ম্মৰাজ
মৰা মানুহৰ পাপ-পুণ্যৰ বিচাৰ কৰোঁতা; যমৰজা
the king of the dead
- ধৰ্ম্মৰায়dhorm.mo.rayProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- ধৰ্ষণdharṣaṇaNoun
উৎপীড়ন
oppression
- ধৰ্ষণকাৰীdhor.xon.ka.riCommon Noun
যিজন ব্যক্তিয়ে সন্মতিৰ অবিহনে আন এজনৰ সৈতে যৌনকৰ্মত লিপ্ত হয়।
a person who indulges in unconsented sexual act with another person.
- ধৱdho.woCommon Noun
বৈবাহিক জীৱনৰ পুৰুষজন
a woman's partner in marriage; the male spouse
- ধৱতিdhawatiNoun
ধৈৰ্য্য
patience
- ধৱতৰাষ্ট্ৰdhawatarāṣṭraNoun
অন্ধৰাজ; দুৰ্য্যোধনৰ পিতৱ আৰু পাণ্ডবসকলৰ জ্যেষ্ঠ পিতৱ
the father of Duryodhana
- ধৱলিঘৰdho.bo.li.ghorAbstract Noun
শুৱনি বা বগাকৈ লিপা ঘৰ; বিশেষকৈ, ৰজা থকা ঘৰ ৷
A white or white washed king's palace.
- ধৱলিবৰdho.bo.li.borAbstract Noun
শুৱনি বা বগাকৈ লিপা ঘৰ; বিশেষকৈ, ৰজা থকা ঘৰ ৷
A white or white washed king's palace.
- ধৱষ্টতাdhawaṣṭatāNoun
নিজৰ শক্তি বিবেচনা নকৰি কামলৈ আগ বঢ়া কাৰ্য্য
forwardness; presumptuousness
- ধৱষ্টদ্যুম্নdhawaṣṭadyumnaNoun
দ্ৰৌপদীৰ ভায়েক; দ্ৰুপদ ৰজাৰ পুতেক
a son of King Drupada