কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰকাশিতpro.ka.xi.toVerbal Adj.
জ্বলি থকা ।
Bright or glossy in appearance.
- প্ৰকাশিতব্যpro.ka.xi.to.byoVerbal Adj.
প্ৰকাশ হ’ব লগীয়া, প্ৰকাশৰ পথত থকা (কিতাপ আদি)
(of books etc.)going to be published (soon)
- প্ৰকৃতpro.kri.toProper Adj.
সঁচাকৈ থকা বা ঘটা; কাল্পনিক, আদৰ্শ বা কাহিনীভিত্তিক হোৱাৰ সলনি সঁচা
existing or occurring as fact; actual rather than imaginary, ideal, or fictitious
- প্ৰকৃতিগতpro.kri.ti.go.toProper Adj.
প্ৰকৃতিত উপলব্ধ আৰু মানৱে সৃষ্টি নকৰা
Found in nature and not developed by man
- প্ৰকৃতিজpro.kri.tijProper Adj.
প্ৰকৃতিত উপলব্ধ আৰু মানৱে সৃষ্টি নকৰা
Found in nature and not developed by man
- প্ৰকৃতিজাতProper Adj.
প্ৰকৃতিত উপলব্ধ আৰু মানৱে সৃষ্টি নকৰা
Found in nature and not developed by man
- প্ৰকৃতিস্থpro.kri.tis.thoProper Adj.
নিজৰ আশে-পাশে খবৰ ৰখা |
Knowing and perceiving; having awareness of surroundings and sensations and thoughts.
- প্ৰকৃষ্টpro.kris.toProper Adj.
অত্যন্ত ভাল গুণাগুণ বা মান বিশিষ্ট।
Extremely good in quality or characteristics.
- প্ৰকোপিতAdjective
উগ্ৰ; বৰ চোকা; বৰকৈ খং উঠা; প্ৰবল; প্ৰখৰ
violent; excited
- প্ৰকোষকেন্দ্ৰীয়pro.ko`x.ken.dri.yoProper Adj.
সুস্পষ্ট কোষকেন্দ্ৰ আৰু কেন্দ্ৰাৱৰণ নথকা আৰু ৰাইব’জ’মৰ বাহিৰে আন কোষ অংগিকা ধাৰণ নকৰা যিকোনো জীৱৰ বা তেনে জীৱ সম্পৰ্কীয়
of or pertaining to any cellular organism that has no nuclear membrane, no organelles in the cytoplasm except ribosomes
- প্ৰক্ষালিতpro.khya.li.toVerbal Adj.
পানীত বা পানীৰে অথবা আন কোনো তৰলেৰে ধোৱা
cleansed with or in water or other liquid
- প্ৰক্ষিপ্তprakṣiptaAdjective
লেখাৰ মাজত পাছে সুমাই দিয়া (কথা)
interpolated
- প্ৰক্ষেপিতpro.khye.pi.toVerbal Adj.
যিটো দলিওৱা হৈছে।
something that has been thrown away.
- প্ৰকৱতprakawataAdjective
আচল; সঁচা; যথাৰ্থ; স্বৰূপ
real; true; genuine
- প্ৰকৱষ্টprakawaṣṭaAdjective
উত্তম; শ্ৰেষ্ঠ
excellent; best
- প্ৰখ্যাতprakhyātaAdjective
প্ৰসিদ্ধ; নাম-জ্বলা; ভালকৈ জনা
well-known; famous
- প্ৰখৰprakharaAdjective
প্ৰচণ্ড; বৰ চোকা; তীক্ষ্ণ; . বি. প্ৰখৰতা।
very sharp; very strong
- প্ৰখৰবুদ্ধিpro.khor.bud.dhiProper Adj.
অতি সজাগ মনৰ অধিকাৰী, বিশেষকৈ যিকোনো বিপদ অতিক্ৰম কৰিব পৰা বা সতকাই সমিধান দিব পৰা গুণ-বিশিষ্ট
having a keenly alert mind, esp as used to avert danger, make effective reply, etc
- প্ৰগতিবিৰুদ্ধpro.go.ti.bi.rud.dhoProper Adj.
প্ৰগতিশীল সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বিৰোধী
opposed to progressive social or political change
- প্ৰগতিশীলpro.go.ti.xil.Proper Adj.
অৰ্থনৈতিক বা কাৰিকৰী দিশত অনগ্ৰসৰ অৱস্থাৰ পৰা উন্নয়নৰ দিশে গতি কৰা বা উন্নয়নৰ ফালে আগবাঢ়ি যোৱা৷
(of a nation or geographical area) having a standard of living or level of industrial production well below that possible with financial or technical aid; not yet highly industrialized.