প্ৰখ্যাত
prakhyāta
অৰ্থ
1.
প্ৰসিদ্ধ; নাম-জ্বলা; ভালকৈ জনা
well-known; famous
বিণ.
2.
(পু. অ.) বি. ডাঙৰ-নাম; প্ৰখ্যাতি; যেনে -"মাৰুতিৰ পিতা এন্তে প্ৰখ্যাতৰ বীৰ" (মা. ক., কিষ্কন্ধ্যাকাণ্ড)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ