কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিশ্বাস ৰাখ্bis.sax rakhVerb-Trans.
to believe stronglly that one can or will do a given job in time successfully
- বিশ্বাসঘাতকতা কৰ্bis.sax.gha.to.ko.ta korVerb-Trans.
আনুগত্য বা বিশ্বাস ভংগ কৰ্
to be disloyal or to violate trust or faith
- বিশ্বাসতেAdverb
গোপনে; আনে যেন নাজানে এনে বিশ্বাস কৰি
secretly; confidentially
- বিশ্বাসেAdverb
গোপনে; আনে যেন নাজানে এনে বিশ্বাস কৰি
secretly; confidentially
- বিশ্লেষণ কৰ্bis.le.xon korVerb-Trans.
কোনো বস্তু বিশদভাৱে অধ্যয়ন কৰি তাৰ অৰ্থ অথবা অন্তৰ্নিহিত বিশেষত্ব উলিওৱা ৷
To examine (something) in detail in order to discover its meaning or essential features.
- বিশ্ৰাম লbis.ram loVerb-Intran.
কামৰ পৰা কিছু সময়ৰ বাৱে অব্যাহতি ল |
Take a short break from one's activities in order to relax.
- বিষণ্ণবদনেbi.xon.no.bo.do.neAdverb
দুখ বা শোক প্ৰকাশ কৰি
showing or expressing sorrow or grief
- বিষাbiṣāIntransitive verb
বেদনা পা; বেদনা বোধ হ
to be painful; to cause to pain
- বিষাক্ত কৰVerb-Trans.
অপকাৰী দ্ৰব্য মিহলি কৰি অশুদ্ধ কৰ্
to taint, to make impure by adding something harmful
- বিষোদ্গাৰbi.xo`d.garVerbal Noun
কাৰোবাৰ প্ৰতি থকা খং বা বেয়া মনোভাৱ প্ৰকাশ কৰা কাৰ্য্য
expression of one's anger or bad feelings about someone
- বিষোদ্গাৰ কৰ্bi.xo`d.gar korVerb-Intran.
কাৰোবাৰ প্ৰতি থকা খং বা বেয়া মনোভাৱ প্ৰকাশ কৰ্
to express of one's anger or bad feelings about someone
- বিষয়াসক্তbi.xo.ya.xok.toVerbal Adj.
সংসাৰ সুখ বা সাংসাৰিক কামৰ প্ৰতি আসক্ত।
attracted to worldly objects or pursuits.
- বিসংকেতনVerb-Trans.
সংকেতৰ পৰা পাঠোদ্ধাৰ কৰ্
to translate or convert from code into intelligible one
- বিস্তাৰbistāraNoun
বহু ঠাই জোৰা অবস্হা
extension
- বিস্তাৰ কৰ্bis.tar korVerb-Trans.
বাহিৰলৈ উলিয়াই দে (তাপ, পোহৰ, গোন্ধ, শব্দ আদি)
to give or send out (heat, light, a smell, sound, etc.)
- বিস্তাৰিত কৰ্bis.ta.rit korVerb-Trans.
কোনো কথাৰ বিষয়ে বহলাই কোৱা৷
to talk about something in detail in order to make people understand
- বিস্তাৰিত হbis.ta.rit hoVerb-Intran.
(a fluid) to go into a wider area
- বিস্তাৰিতভাৱেbis.ta.ri.to.bha.beAdverb
বহু ধন আৰু কষ্ট ব্যয় কৰি (কোনো কাম কৰ্)
done something with lots of money and effort
- বিস্তৃতভাৱেbis.trit.bha.beAdverb
অতি বহলকৈ সকলোবোৰ বৰ্ণনা দি (কোনো কথা কোৱা)
(describing something) in an exhaustive manner that is covering all minute details
- বিস্ফোৰণ হbis.pho’.ron hoVerb-Intran.
To come open or fly apart suddenly or violently, especially from internal pressure