কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্মুখাগতxon.mu.kha.go.toCommon Noun
আগে আগে যোৱা পথাচাৰী সৈনিকৰ দল৷
one of a group of foot soldiers detailed to make roads, dig intrenchments, etc., in advance of the main body.
- সন্মূখxon.mukhAbstract Noun
আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
That part or side that is forward, or most often seen or used.
- সন্মোহনxon.mo`.honAbstract Noun
সচেতন মনক দমন কৰি সৃষ্টি কৰা টোপনি-সদৃশ অৱস্থা।
sleeplike state created by overpowering conscious mind.
- সন্মোহন নিদ্ৰাxon.mu.hon nid.raAbstract Noun
সচেতন মনক দমন কৰি সৃষ্টি কৰা টোপনি-সদৃশ অৱস্থা।
sleeplike state created by overpowering conscious mind.
- সন্মোহন বিদ্যাAbstract Noun
সম্মোহনৰ অধ্যয়ন বা অনুশীলন
the study of hypnosis
- সন্মোহনকাৰীxon.mo`.hon.ka.riCommon Noun
যিজন ব্যক্তিয়ে আনৰ সচেতন মনক দমন কৰি টোপনি-সদৃশ অৱস্থাৰ সৃষ্টি কৰে
someone who can put people in a sleeplike state created by overpowering conscious mind
- সন্যাসxon.nyaxAbstract Noun
সংসাৰৰ মায়া-মোহ ত্যাগ কৰা অৱস্থা
the state of abstaining of materislistic life
- সন্যাসিনীxon.nya.xi.niCommon Noun
a female ascetic who lives by certain vows and spends her life in prayer and contemplation in a monastery or convent
- সন্যাসীxon.nya.xiCommon Noun
ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি সংসাৰ ত্যাগী ধাৰ্মিক লোক।
member of a religious community of men living under vows.
- সনৎxo.notProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- সপতsapataNoun
সাত; যেনে-"লৰিলেক দশোদিশ সপত সাগৰ" (ভীমচৰিত্ৰ)।
- সপতাsapatāNoun
দা-কটাৰী আদিত মেলা ফাট বা চঁহা
a flew or a crack in the blade of any cutting instrument
- সপত্নsapatnaNoun
শত্ৰু; প্ৰতিদ্বন্দী।
- সপত্নীsapatnīNoun
সতিনী।
- সপিণ্ডsapiṇḍaNoun
এক পিণ্ডৰ লগৰ লোক; সাত পুৰুষলৈকে বঢ়া জ্ঞাতি বা বংশ
one descended form the same forefather; one within the seventh generation
- সপিণ্ডনsapiṇḍanaNoun
সপিণ্ডীকৰণ।
- সপিণ্ডিsapiṇḍiNoun
মৱতকৰ মাহেকীয়া শুদ্ধিৰ পাছ দিনা কৰা সপিণ্ডি- কৰণ কাৰ্য্য; . সপিণ্ডীকৰণ বি. মৱতকৰ বছৰেকীয়া শৰাধত তেওঁৰ পিণ্ড আগৰ পিতৱবিলাকৰ পিণ্ডেৰে সৈতে লগ লগোৰা কাৰ্য্য [ইয়াৰ দ্বাৰা মৱতক আগৰ পিতৱবিলাকৰ জ্ঞাতি হয়।]; বছৰেকীয়া
funeral ceremony performed on the expiry of one month form the death of a person ; ceremony of investing a person with the rights of relationship with a deceased person by offering the funeral cake
- সপোনsaponaNoun
সাৰে থকাৰ নিচিনাকৈ টোপনিত কোনো কাৰ্য্য কৰা বা বস্ত্ত দেখা যেন লগা; সামাজিক
a dream
- সপোনপুৰীxo.po’n.pu.riAbstract Noun
এক মনোৰম কিন্তু অবাস্তৱিক অৱস্হা বা কাল্পনিক ঠাই।
a pleasent but unrealistic situation that exists only in mind, a beautiful place imagined in dream.
- সপ্তsaptaNoun
সাত
seven