কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৰোত্তোলকbha.ro`t.to`.lonCommon Noun
Participant in the sport of lifting heavy weights
- ভাৰোত্তোলনbha.ro`t.to`.lonAbstract Noun
The sport of lifting heavy weights
- ভাৰোদ্ধাৰbhāroddhāraNoun
অত্যাচাৰী দৈত্য, মানুহ আদিক ধ্বংস কৰি জগতৰ দুখ গুচোবা কাৰ্য্য
the act of relieving the world from its oppressors
- ভাৰ্গবbhārgabaNoun
ভৱগুমুনিৰ পুতেক বা বংশধৰ
a name of Paraśurāma
- ভাৰ্গৱbhar.gobProper Noun
বিষ্ণুৰ ষষ্ঠ অৱতাৰ, জমদগ্নি ঋষিৰ আৰু ৰেণুকাৰ পুতেক আৰু ক্ষত্ৰিয়বিলাকক দমন কৰোঁতা ৷
Parashuram is sixth incarnation of Lord Vishnu, born as the son of the sage-couple, Jamadagni and Renuka. He exterminated the Kshatriyas (race of kings) led by Kartavirya, who were oppressing the people.Parashuram was asked by the holy rishis (seers) to make a gift of land to brahmins in order to absolve him of the sin of killing the Kshatriyas.
- ভাৰ্যাbhāryāNoun
পত্নী; বিয়া কৰোবা তিৰোতা
a wife
- ভাৰ্য্যাbhāryyāNoun
পত্নী; বিয়া কৰোবা তিৰোতা
a wife
- ভাৰ্য্যাহীনbhar.jya.hinCommon Noun
কেতিয়াও বিয়া নোহোৱা মতা মানুহ ৷
Man who has never been married.
- ভাৱ-বিভোৰতাbhab-bibho`.ro.taVerbal Noun
ভাৱ বা চিন্তাত আকুল হৈ পৰা অৱস্থা
the state of being bemused or lost in thought
- ভাৱ-বিহ্বলতাbhab-bih.bo.lo.taVerbal Noun
ভাৱ বা চিন্তাত আকুল হৈ পৰা অৱস্থা
the state of being bemused or lost in thought
- ভাৱ-ভঙ্গীbhao-bhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভাৱঁৰী-পাকbha.wo~.ri-pakVerbal Noun
ওলোটা বা বিপৰীত পাক, অৰ্থাৎ যিফালে ঘূৰিব লাগে সেইফালে নুঘূৰি আনফালে লোৱা পাক
a turn towards the wrong direction
- ভাৱধাৰাbhab.dha.raAbstract Noun
কোনো বিষয়ক চিন্তাৰ এক ধাৰা বা এক ধৰণৰ চিন্তা প্ৰক্ৰিয়া
a school of thinking
- ভাৱনাbha.bo.naAbstract Noun
মানসিক ক্ৰিয়া
mental preoccupation
- ভাৱবাচ্যbhab.ba.syoAbstract Noun
The impersonal passive voice is a verb voice that decreases the valency of an intransitive verb (which has valency one) to zero.The impersonal passive deletes the subject of an intransitive verb. In place of the verb's subject, the construction instead may include a syntactic placeholder, also called a dummy. This placeholder has neither thematic nor referential content. (A similar example is the word "there" in the English phrase "There are three books.")
- ভাৱবোধক অব্যয়Abstract Noun
মনৰ আৱেগ হঠাতে প্ৰকাশ কৰা এক পদ
a parts of speech that expresses some sudden emotion
- ভাৱমূৰ্তিbhaw.mur.tiAbstract Noun
কোনো ব্যক্তি বা বস্তুৰ গুণাগুণ সম্পৰ্কে সাধাৰণতে যি কোৱা বা বিশ্বাস কৰা যায়
what is generally said or believed about a person's or thing's character (reputation for honesty; reputation of being a crook)
- ভাৱাদৰ্শAbstract Noun
আদৰ্শ বা বিশ্বাসৰ এক ধাৰা
a set of principles or belief
- ভাৱানুবাদbha.wa.nu.badVerbal Noun
মূলৰ ভাৱ ৰক্ষা কৰি কৰা অনুবাদ
Rewording for the purpose of clarification, translation of the sense expressing the thought expressed in a source text
- ভাৱাৰ্থAbstract Noun
কোনো লেখনি বা বক্তৃতাৰ মূল আৰু সাৰগৰ্ভ অংশখিনি চমুৱাই লিখা বা কোৱা
A short piece of writing containing the main ideas from a longer document