কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গাগৰীgāgarīNoun
চুটি ডিঙি আৰু দীঘলীয়া গাৰে এবিধ তাম বা পিতলৰ কলহ; ঘাগৰী
a kind of water-jar
- গাঙঠিgāṅaṭhiNoun
গাৰ কোনো ঠাইত ব্যাধি বা বিষ হ'লে; তাৰ লগে লগে তাৰ ওচৰৰ জোৰা বা গাঁঠিত হোবা টেমুনা
a sympathetic glandular swelling
- গাঙ্. গাঙ্গgāṅ., gāṅgaNoun
নদী; বিশেষকৈ গঙ্গা নৈ; যেনে -"ব্ৰাহ্মণক বিলাইলন্ত তিনি শত গাঙ্গ" (শঙ্কৰ-চৰিত)।
- গাঙ্গ-শালিকাgāṅga-śālikāNoun
নৈৰ গৰাত গাঁত কৰি বাহ লোবা এবিধ ক'লা-বগা পখৰা মাছ ৰোকা চৰাই
a kind of bird
- গাঙ্গঠিgāṅgaṭhiNoun
গাৰ কোনো ঠাইত ব্যাধি বা বিষ হ'লে; তাৰ লগে লগে তাৰ ওচৰৰ জোৰা বা গাঁঠিত হোবা টেমুনা
a sympathetic glandular swelling
- গাঙ্গেয়gāṅgeẏaNoun
গঙ্গাৰ পুতেক; ভীষ্ম।
- গাচCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- গাছিgāchi
"গছ" চোবাঁ।
- গাছি-মাছgāchi-māchaNoun
বামী-মাছ।
- গাজgājaNoun
নকৈ ওলাবলৈ বা গজিবলৈ ধৰা গছৰ পোখা
a shoot; a sprout
- গাজনিNoun
উচ্চ বা ডাঙৰ শব্দ; গৰ্গৰণি
thundering; loud noise
- গাজনি-গুমৰণিNoun
ঘনে ঘনে হোবা ডাঙৰ শব্দ
roaring or thundering noise
- গাজাga.jaAbstract Noun
শ্ৰোতা বা পঢ়োঁতাৰ হাঁহি উঠাবলৈ লিখা বা কোৱা কোনো কথা বা লিখনি।
a written or spoken piece of non-serious nature intended to make the reader or the listener laugh.
- গাজালMaterial Noun
কাঠ, বাঁহ, ধাতুৰ পাট আদি একেলগ কৰি ৰাখিবলৈ মৰা লোৰ আগ জোঙা, মূৰ চেপেটা সৰু শলা ।
A sharp and pointed piece of metal used to fasten two things together
- গাজিMaterial Noun
নামঘৰ বা মন্দিৰত দেৱতাক নিবেদন কৰা নৈবেদ্য (মাহ, কল, কুঁহিয়াৰ ইত্যাদি)।
fruits and vegetarian food offered to Hindu God/Goddess
- গাজি-গুজাgāji-gujāNoun
ভালকৈ নুবুজা আৰু সৰু সৰু মাতেৰে কোবা কথা; যেনে-"বাহিৰত কিবা গাজি-গুজা শুনিছো"
low and indistinct mutterings
- গাজীgājīNoun
অলপ গাজ ওলোবা বা গাজ মেলা মাহ
a sprouting pusle
- গাজৰgājaraNoun
ছিৰলী ছিৰলী পাতেৰে এবিধ হালধীয়া বিদেশী পাচলি
carrot; Dancus carota
- গাঞ্জাgan.jaMaterial Noun
দৰৱ আৰু ৰাগীয়াল বস্তুৰূপে ব্যৱহাৰ কৰা, কেনাবিছ প্ৰজাতিৰ গছৰ ফুলৰ পৰা তৈয়াৰ কৰা ঔষধ
a drug produced from Cannabis flower and used for medicinal and recreational purposes.
- গাঠৰিMaterial Noun
পিন্ধা কাপোৰ বা সাজ-পোছাকৰ টোপোলা
a bundle of clothes