কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মৰ্য্maryTransitive verb
ক্ষমা কৰ্; দায়-জগৰ এৰ্
to pardon; to forgive
- মৰ্ষণ কৰ্mor.xon korVerb-Trans.
কাৰোবাক শাস্তি বা প্ৰতিশোধৰ পৰা ৰেহাই দিয়া
to excuse one from punishment or revenge
- ম’ৰা চালিmo``.ra.sa.liVerbal Noun
নেজৰ পাখি মেলি কৰা নাচ (ম’ৰা চৰাইৰ)।
the dancing and gay movements (of a pea-cock) by distending its tail feathers.