কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শিখাśikhāNoun
মূৰৰ ওপৰত দীঘলকৈ ৰখা চুলি; টিকনি
a lock of hair left on the crown of the head
- শিখাধৰxi.kha.dhorCommon Noun
মতা ময়ূৰ চৰাই, যি তাৰ নানা-ৰঙী পাখি মেলি চালি ধৰিব পাৰে।
A male peafowl, distinguished by its crested head, brilliant blue or green plumage, and long modified back feathers that are marked with iridescent eyelike spots and that can be spread in a fanlike form.
- শিখাবলxi.kha.bolCommon Noun
মতা ময়ূৰ চৰাই, যি তাৰ নানা-ৰঙী পাখি মেলি চালি ধৰিব পাৰে।
A male peafowl, distinguished by its crested head, brilliant blue or green plumage, and long modified back feathers that are marked with iridescent eyelike spots and that can be spread in a fanlike form.
- শিখাৱৎxi.kha.wotMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- শিখিধ্বজxi.khi.dhwojProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- শিখিনxi.khinMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- শিখিবাহনxi.khi.ba.honProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- শিখীśikhīNoun
ম'ৰা-চৰাই
peacock
- শিখৰśikharaNoun
পৰ্ব্বতৰ টি বা ওখ ভাগ
the crest or summit of a mountain
- শিখৰবাসিনীxi.khor.ba.xi.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- শিখৰীxi.kho.riMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- শিঙাপাতśiṅāpātaNoun
মাটিৰেপৰা ঠাৰি মেলি ঠাৰিৰ আগত অলপ বহল টুবুকা পাত ধৰা এবিধ বন [ইয়াক কেঁচায় বান্ধিলে গাৰ মৰা তেজ খায়।]
a kind of medicinal herb
- শিঙিxi.ngiCommon Noun
এচিয়া মহাদেশৰ নদী, খাল, বিল আদিত পোৱা এবিধ বাকলি নথকা মাছ।
Stinging catfish or airsac catfish are found mainly in ponds, ditches, swamps and marshes, but sometimes occurs in muddy rivers of Asia (India, Pakistan, Sri Lanka to Mayanmar). Can tolerate slightly brackish water. Omnivorous. Breed in confined waters during the monsoon months, but can breed in ponds, derelict ponds and ditches when sufficient rain-water accumulates. Oviparous, distinct pairing possibly like other members of the same family . In great demand due to its medicinal value. Grows up to 30 cm in length.
- শিঙীśiṅīNoun
প্ৰায় মাগুৰ মাছৰ আকৱতিৰ আৰু স্বভাবৰ কিন্ত্ত তাতকৈ গা লাহী এবিধ ঘোদা পানীত থকা কাঠ মাছ [ইয়াৰ দুগালে থকা কাঁইট দুটাই বিন্ধিলে বৰ বিষে ধৰে।]
a kind of muddy-water fish; Saceabrancus fossilis
- শিঙীমূৰীśiṅīmūrīNoun
শিঙী মাছে বিন্ধিলে হোবা বিষৰ দৰে আঙুলিৰ মূৰত হোবা এবিধ বিষ
a kind of pain affecting finger tips
- শিঙীমূৰী কাঁড়Noun
এবিধ কাঁড়।
- শিঙীমূৰী যোৰা, শিঙ্গীমূৰী যোৰাśiṅīmūrī, yorā, śiṅgīmūrī, yorāNoun
দুডাল কাঠৰ মূৰ দুটা শিঙী মাছৰ মূৰৰ দৰে খুবাই লগোবা যোৰা
a kind of devetailing
- শিঙ্গাপাতśiṅgāpātaNoun
মাটিৰেপৰা ঠাৰি মেলি ঠাৰিৰ আগত অলপ বহল টুবুকা পাত ধৰা এবিধ বন [ইয়াক কেঁচায় বান্ধিলে গাৰ মৰা তেজ খায়।]
a kind of medicinal herb
- শিঙ্গীśiṅgīNoun
প্ৰায় মাগুৰ মাছৰ আকৱতিৰ আৰু স্বভাবৰ কিন্ত্ত তাতকৈ গা লাহী এবিধ ঘোদা পানীত থকা কাঠ মাছ [ইয়াৰ দুগালে থকা কাঁইট দুটাই বিন্ধিলে বৰ বিষে ধৰে।]
a kind of muddy-water fish; Saceabrancus fossilis
- শিঙ্গীমূৰীśiṅgīmūrīNoun
শিঙী মাছে বিন্ধিলে হোবা বিষৰ দৰে আঙুলিৰ মূৰত হোবা এবিধ বিষ
a kind of pain affecting finger tips