কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মনোনিৱেশmo.no`.ni.bexVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- মনোনয়নmo.no`.no.yonAbstract Noun
Propose a candidate for election or an award
- মনোনয়ন পত্ৰmo.no’.no.yon po.troMaterial Noun
প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ কৰা এখন বিশেষ পত্ৰ ৷
A letter where someone propose the name of a candidate.
- মনোবলmanobalaNoun
মনৰ শক্তি
strength of mind
- মনোবাmanobāNoun
হেলচী; পানীত হোবা এবিধ তিতিকি তিতিকি লগা লতাশাক
an aquatic pot herb
- মনোবাঞ্ছাmanobāñchāNoun
মনৰ কামনা বা ইচ্ছা।
- মনোবিকাৰmo.no`.bi.karAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মনোবিজ্ঞানmanobijñānaNoun
মনস্তত্ত্ব; মনৰ বিষয়ে বিশিষ্ট জ্ঞান
mental philosophy; psychology
- মনোবিজ্ঞানীmo.no`.big.gya.niCommon Noun
মানুহৰ মন অথবা মানসিক বৈশিষ্ট্য সম্পৰ্কে অধ্যয়ন কৰা লোক
Person who studies the human mind or mental characteristics of a person
- মনোবিদ্যাmo.no`.bi.dyaAbstract Noun
The study of the human mind
- মনোবিশ্লেষণmo.no`.bis.le.xonAbstract Noun
ব্যক্তিৰ মন তথা অবদমিত ভাৱৰ বিতং বিশ্লেষণ।
the analysis of the mind and the inner personality.
- মনোবৃত্তিmo.no`.brit.tiAbstract Noun
কেতবোৰ বস্তু ভাল বা বেয়া পোৱাৰ প্ৰৱণতাৰে সৈতে চিন্তাৰ স্বাভাৱিক ধৰণ|
Natural way of thinking with tendancy to like or dislike certain things.
- মনোবেদনাmanobedanāNoun
মনৰ দুখ।
- মনোবৈকল্পAbstract Noun
মানসিকভাৱে অসমৰ্থ অৱস্থা
having some mental disabilities
- মনোবৈকল্যAbstract Noun
মানসিকভাৱে অসমৰ্থ অৱস্থা
having some mental disabilities
- মনোবৈজ্ঞানিকmo.no`.boi.gya.nikCommon Noun
মানুহৰ মন অথবা মানসিক বৈশিষ্ট্য সম্পৰ্কে অধ্যয়ন কৰা লোক
Person who studies the human mind or mental characteristics of a person
- মনোব্যাধিmo.no`.bya.dhiAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মনোবৱত্তিmanobawattiNoun
মনৰ ক্ৰিয়া; চিন্তন, অনুভবন, বিচাৰ আৰু সঙ্কল্প।
- মনোভংগmo.no`.bhong.goAbstract Noun
আশা বা অভীপ্সা ফলৱতী নোহোৱাৰ বাবে স্তিমিত হৈ পৰা মনৰ উত্সাহ।
lowness of spirits depressed or discouraged by the failure of ones hopes or expectations.
- মনোভংগীmo.no`.bhong.giAbstract Noun
কোনো বস্তু বা বিষয়ৰ প্ৰতি থকা অনুভৱ
feelings towards something