কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্মকেতুdhor.mo.ke.tuCommon Noun
বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, সূৰ্যবংশী ৰজা শুদ্ধোদন আৰু মায়াদেৱীৰ পুতেক৷ এওঁ উদাসীন হৈ বৌদ্ধ ধৰ্ম সৃষ্টি কৰে৷
Gautama Buddha in Hinduism is viewed as an nine incarnation of Vishnu. In the Puranic text Bhagavata Purana, Hi is son of King Suddhodana and Mayadevi. He is a founder of Buddhism.
- ধৰ্মক্ষেত্ৰProper Noun
হাৰিয়ানা ৰাজ্যৰ কুৰুক্ষেত্ৰ জিলাৰ অন্তৰ্গত এখন প্ৰসিদ্ধ ঠাই, য’ত কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰতৰ যুদ্ধ হৈছিল বুলি বিশ্বাস কৰা হয়৷
a city and administrative headquarters of Kurukshetra district in the Indian state of Haryana, where the war between ’Kauravas’ and ’Pandavas’ of the Mahabharata is believed to have taken place
- ধৰ্মগ্ৰন্থdhor.mo.gron.thoMaterial Noun
ধৰ্মীয় নীতি-নিয়ম, বিধি-নিষেধ থকা গ্ৰন্থ
an old book containing rules and regulations of a religion
- ধৰ্মঘটdhor.mo.ghotAbstract Noun
An organised refusal to work until a grievance is remedied, like a general strike or industrial strike
- ধৰ্মতত্ত্বdhor.mo.totwoAbstract Noun
ঈশ্বৰ আৰু দেৱ-দেৱীৰ মহিমা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৈতে তেৰাসৱৰ সম্পৰ্ক সম্বন্ধে কৰা অধ্যয়ন আৰু বিশ্লেষণ; স্বৰ্গীয় বস্তু আৰু ধৰ্মীয় সত্য সম্পৰ্কে অধ্যয়ন
the field of study and analysis that treats of god and of God's attributes and relations to the universe; study of divine things or religious truth.
- ধৰ্মতন্ত্ৰdho.r.mo.ton.tro.Abstract Noun
কোনো ধৰ্মৰ বিধিমতে চলোৱা শাসন ব্যসস্থা৷
A governance system guided by a religious doctrine. 1. a form of government in which God or a deity is recognized as the supreme civil ruler, the God's or deity's laws being interpreted by the ecclesiastical authorities. 2. a system of government by priests claiming a divine commission.
- ধৰ্মতাত্ত্বিকdhor.mo.ta.twikCommon Noun
যি ধৰ্ম্মতত্ব অধ্যয়ন কৰে।
one who studies or expounds theology.
- ধৰ্মধ্বজপালdhor.mo.dhwoj.palProper Noun
অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল৷ সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল৷ বহুত দিনৰ পিছত ৰজা ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷
8th king of Chutia kingdom of preset day Assam during 16th century.
- ধৰ্মনাভProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ধৰ্মনিৰপেক্ষতাdhor.mo.ni.ro.pek.kho.taAbstract Noun
ধৰ্মনিৰপেক্ষ অৰ্থাৎ সকলো ধৰ্মকে সমান চকুৰে চোৱা স্থিতি বা অৱস্থা
the state or condition of being secular
- ধৰ্মনিৰপেক্ষতাবাদdhor.mo.ni.ro.pe.khyo.ta.badAbstract Noun
The view that religious considerations should be excluded from civil affairs or public education.
- ধৰ্মনিৰপেক্ষীdhor.mo.ni.ro.pe.khyiCommon Noun
one who advocates seperation of religion from the administration
- ধৰ্মপত্নীdhor.mo.pot.niCommon Noun
পুৰুষৰ বৈবাহিক জীৱনৰ সঙ্গী।
a man's partner in marriage; the female spouse.
- ধৰ্মপালdhor.mo.palCommon Noun
সৎ কামৰ আৰু ঈশ্বৰৰ সেৱাৰ বিঘিনি নাশ কৰোঁতা৷
a defender of religion and morality.
- ধৰ্মপালকdhor.mo.pa.lokCommon Noun
সৎ কামৰ আৰু ঈশ্বৰৰ সেৱাৰ বিঘিনি নাশ কৰোঁতা৷
a defender of religion and morality.
- ধৰ্মপুথিdhor.mo.pu.thiMaterial Noun
ধৰ্মীয় নীতি-নিয়ম, বিধি-নিষেধ থকা গ্ৰন্থ
an old book containing rules and regulations of a religion
- ধৰ্মপুস্তকdhor.mo.pus.tokMaterial Noun
ধৰ্মীয় নীতি-নিয়ম, বিধি-নিষেধ থকা গ্ৰন্থ
an old book containing rules and regulations of a religion
- ধৰ্মপ্ৰচাৰকdhor.mo.pro.sa.rokCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- ধৰ্মপ্ৰৱৰ্তকdhor.mo.pro.wor.tokCommon Noun
কোনো বিশেষ ধৰ্মৰ বাণী প্ৰচাৰ কৰোতা৷
a person, usually a priest, who is involved in religious preaching
- ধৰ্মমতAbstract Noun
কোনো গীৰ্জা বা অন্য কৰ্তৃপক্ষই প্ৰশ্নবিহীনভাৱে গ্ৰহণ কৰিবলৈ আগবঢ়োৱা কেতবোৰ বিশ্বাস
a set of beliefs put forward by a Church or other authority to be accepted without question