কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পেটুলাAdjective
পেটাল, বিশেষকৈ তলপেট ডাঙৰ থকা
pot-bellied
- পেটুৱাpe.tu.waProper Adj.
পেট ডাঙৰ মানুহ।
Person with a protruding stomach.
- পেটেকাAdjective
পেটা
crushed or flattened by pressure
- পেটেলাpe.te.laProper Adj.
গাত অতিমাত্ৰা চৰ্বী বা মাংস থকা
Having much or too much fat or flesh
- পেনপেনীয়াpen.pe.niaProper Adj.
অলপ অলপকৈ কান্দি থকা লোক।
one who (specially a kid) make repeated weak plaintive crying.
- পেনেৰাpenerāAdjective
অলপ অলপকৈ কান্দি থকা (ল'ৰা বা ছোবালী)
whimpering
- পেনেৰীয়াpenerīẏāAdjective
অলপ অলপকৈ কান্দি থকা (ল'ৰা বা ছোবালী)
whimpering
- পেন্দাAdjective
বয়স বা কোনো ৰোগৰ গতিকে পেন্দ ওলোবা (গালি)।
- পেন্দুকণাAdjective
নিচেই সৰু (ল'ৰা, মাছ)
very small
- পেন্পেনীয়াAdjective
পেনেৰীয়া
whimpering
- পেপুবাpepubāAdjective
ঠেকত পৰা; বিবুদ্ধি হোবা
bewildered; puzzled
- পেলনি যোবাAdjective
নষ্ট হোবা
spoiled
- পেলনীয়াAdjective
পেলাই দিবৰ উপযুক্ত; অশুচি; অকামিলা
fit to be thrown away; defield; spoiled
- পেলুবাAdjective
পেলুৰ নিচিনা ডাঙৰ বা ঢৰীয়া সূতা
coarse
- পেলৱpe.lobProper Adj.
এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
having qualities that give great pleasure or satisfaction to see, hear, think about, etc
- পেশীবহুলpe.xi.bo.hulProper Adj.
শক্তিশালী পেশী থকা
muscular or having strong muscles
- পেশীয়pe.xi.yoProper Adj.
মাংপেশীৰ বা মাংসপেশী সম্বন্ধীয়।
of or pertaining to muscle or the muscles.
- পেৰেকা-পেৰেক্Adjective
বোকাৰ নিচিনা; বোকাযুক্ত
like mud; full of mud
- পেৰেকাপেৰেকpe.re.ka.pe.rekAdjective Adj.
বোকাই ঢাকি ৰখা বা বোকাৰে পৰিপূৰ্ণ।
covered in or full of mud (of a surface or solid object).
- পৈণতpaiṇataAdjective
পাৰ্গত; দক্ষ
skilful; expert; proficient