পেন্পেনীয়া
অৰ্থ
1.
পেনেৰীয়া
whimpering
বিণ.
2.
অলপ অলপকৈ ক্ৰমান্বয়ে পৰি থকা; কেন্কেনীয়া (বৰষুণ)
falling with a whimpering sound
বিণ.
3.
বৰকৈ সিজি লেওৰ দৰে হোবা; লেপলেপীয়া
softened by wetting or much boiling; paste-like
বিণ.
4.
বোকাৰে ভৰি থকা
muddy
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ