কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুকুৰীকণাku.ku.ri.ko.naProper Adj.
যি ৰাতি বা কম পোহৰত দেখা নাপায়।
unable to see after sunset or in reduced light.
- কুক্ষিম্ভৰিProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- কুখ্যাতku.khyatProper Adj.
অসৎ কাৰ্য্যকলাপৰ বাবে সকলোৱে জনা।
Well known for bad reasons.
- কুগ্ৰহীয়াku.gro.hi.yaProper Adj.
কিবা এটা বেয়া হোৱাৰ সংকেত দিয়া।
showing signs that something bad will happen.
- কুগ্ৰামিনীAdjective
(পু. অ.) বিণ. চহা বা অসভ্য বা বেয়া গাঁবত থকা; গতিকে - ধুন-পেঁচ নজনা
unrefined
- কুঙীkuṅīAdjective
কোঙাৰ স্ত্ৰী।
- কুচক্ৰীAdjective
কুমন্ত্ৰণাকাৰী; চক্ৰান্তকাৰী
conspirinig; designing
- কুছkuchaAdjective
একণমান; ক্ষুদ্ৰ; যেনে-"কুছ ছাবাল বড়হি বলীয়ন্তা" (ভটিমা)
small; a little
- কুঞ্চিতAdjective
closed; contracted
- কুটকুটীয়াkut.ku.ti.yaProper Adj.
আনৰ লগত সততে কাজিয়া বা আক্ৰমণ কৰিবলৈ বিচৰা মানুহ৷
one who frequently fight or argue with others
- কুটকুৰাkut.ku.raProper Adj.
প্ৰয়োজনীয় দৈৰ্ঘ্যতকৈ কম
less than the required length
- কুটনীয়াkuṭanīẏāAdjective
টুটকীয়া, কুটিল; লগনীয়া
crooked; back-biting
- কুটবুদ্ধিkut.bud.dhiProper Adj.
আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
one who befools others by using dishonest trick.
- কুটবুধীয়াkut.bu.dhi.yaProper Adj.
দুষ্টবুদ্ধি সম্পন্ন বা বেয়া মতলব থকা।
having evil thoughts or intentions.
- কুটস্থku.tos.sthoProper Adj.
আগত নথকা মানুহৰ অহিতে কথা কোৱা ।
one who talks spitefully about a person who is not present
- কুটস্হkuṭashaAdjective
টুটকীয়া; মিছা কথা লগাই মন ভঙা; লগনীয়া
back-biting; poisoning one's mind against another
- কুটাঘাতমূলকku.ta.ghat.mu.lokVerbal Adj.
অপকাৰ হোৱা কাম কৰি অসুবিধা বা বিপদত পেলোৱা।
causing disruption by a detrimental act.
- কুটি-খোবাkuṭi-khobāAdjective
মহা কৱপণ; ধন থাকোঁতেও বৰ কষ্টেৰে অতি কমকৈ খাই বৈ থকা
very miserly
- কুটি-খোৱাku.ti-kho`.waProper Adj.
অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি
a person whose aim is to save money and who finds it hard to spend money
- কুটিলkuṭilaAdjective
কুচক্ৰী
crooked