← ফুৰি যাওক

কুটিল

kuṭila

অৰ্থ

1.

কুচক্ৰী

crooked

বিণ.

2.

কপটীয়া; খল

insincere

বিণ.

3.

ভাঁজ লগা; বেঁকোৰা; যেনে-"কুটিল অলকা-পান্তি জলে কপোলত" (দশম)

curved; curled

বিণ.

4.

কোঁচ খোবা; ঘোপা; যেনে-"ভ্ৰুকুটি-কুটিল-আখি ভৈ গৈল বদন" (মা.ক., অযোধ্যাকাণ্ড)

contracted

বিণ.

5.

দুষ্ট; কপটীয়া মানুহ

a crooked or insincere man

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ