কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফৰ্মাহিpharmāhiNoun
গণ্ডপ; ফুটনি
pride; vanity
- ফৰ্মূটিphor.mu.tiMaterial Noun
ওখ গছৰ পৰা ফল পাৰিবলৈ ওপৰলৈ মাৰি পঠিওৱা গছৰ ডাল, বাঁহ বা কাঠৰ সৰু টুকুৰা
a twig, piece of bamboo or wood thrown up to get fruits from tall trees fallen off
- ফৰ্ম্মুটিpharmmuṭiNoun
আঘাত কৰিবলৈ বা গছৰ গুটি পাৰিবলৈ দূৰৰপৰা মাৰি পঠিওবা এডোখৰ মাৰি
a missile thrown by the hand
- ফৰ্ম্মুঠিpharmmuṭhiNoun
আঘাত কৰিবলৈ বা গছৰ গুটি পাৰিবলৈ দূৰৰপৰা মাৰি পঠিওবা এডোখৰ মাৰি
a missile thrown by the hand
- ফ’নNoun
ফ’ন
ফ’ন
- ফ’বিয়াNoun
ফ’বিয়া
ফ’বিয়া
- ফ’ল্ডাৰpho’’l.darAbstract Noun
কম্পিউটাৰৰ ফাইল সংৰক্ষণ কৰি ৰখা ঠাই৷
a place on a computer where files or programs can be stored.
- ফ’ৰমেনfo``r.menCommon Noun
কোনো কাৰখানাত কৰ্মৰত বনুৱাসকলৰ মূৰব্বী ব্যক্তি ৷
A man who serves as the leader of a work crew, as in a factory.