কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্মতsammataAdjective
সম্মত; মাস্তি হোবা; একে মত হোবা
consenting; agreeing; concurring in
- সম্মোহনsammohanaAdjective
মোহজনক; মোহিত কৰা; মুগ্ধকাৰক
charming; bewitching
- সময়নিষ্ঠxo.moy.nis.thoProper Adj.
ধাৰ্য্য কৰা নিৰ্দ্দিষ্ট সময় অনুসৰি কাম কৰা
one who/what does with strictly as per appointed or regular time
- সময়মতেxo.moy.mo.teProper Adj.
উপযুক্ত সময়ত হোৱা বা কৰা |
Done or happening at the appropriate or proper time.
- সময়ানুৱৰ্তীProper Adj.
ধাৰ্য্য কৰা নিৰ্দ্দিষ্ট সময় অনুসৰি কাম কৰা
one who/what does with strictly as per appointed or regular time
- সময়ানুৱৰ্ত্তীxo.mo.ya.nu.bor.tiProper Adj.
ধাৰ্য্য কৰা নিৰ্দ্দিষ্ট সময় অনুসৰি কাম কৰা
one who/what does with strictly as per appointed or regular time
- সময়োচিতxo.moyo`.sitProper Adj.
উপযুক্ত সময়ত হোৱা বা কৰা |
Done or happening at the appropriate or proper time.
- সময়োপযোগীxo.moyo’.po.jo’.giProper Adj.
উপযুক্ত সময়ত হোৱা বা কৰা |
Done or happening at the appropriate or proper time.
- সমৰপ্ৰিয়xo.mor.pri.yoProper Adj.
ৰণ কৰিবলৈ ভাল পোৱা
Aggressive and wanting to fight.
- সমৰসদৃশxo.mor.xo.drixProper Adj.
যুদ্ধৰ নিচিনা এক পৰিৱেশ বা অৱস্থা
a situation similar to war
- সমৰ্থsamarthaAdjective
পাৰগ; শক্তি থকা
able; capable
- সমৰ্পিতxo.mor.pitVerbal Adj.
কোনো বস্তু আনক প্ৰদান কৰা বা গতাই দিয়া৷
something handed over to.
- সমৱৰ্তীxo.mo.wor.tiProper Adj.
একে সময়তে হোৱা বা থকা৷
existing, occurring, or living at the same time; belonging to the same time
- সলsalaAdjective
ফল ধৰা; গুটি লাগা; ফলবন্ত; লাগনী
bearing fruit
- সলজ্জVerbal Adj.
লজ্জাৰে সৈতে বা লাজ কৰি কৰা
with shyness
- সলনি হোৱাxo.lo.ni ho`.waProper Adj.
ৰূপ, প্ৰকৃতি বা কৰ্মৰ আমূল সাল-সলনি কৰা
changed in form, nature, or function
- সলসলীয়াxol.xo.liyaProper Adj.
কোনো খোকোজা নলগাকৈ ক’ব আৰু লিখিব পৰা ৷
able to speak or write smoothly, easily, or readily
- সলি-সিয়ানsali-siẏānaAdjective
বৰ চতুৰ; বৰ টেঙৰ; কি কৰিলে কি ফল হ'ব বুজিব পৰা
astute; shrewd; discerning
- সলিল সিক্তxo.lil xit.toVerbal Adj.
পানী বা কোনো জুলীয়া পদাৰ্থ লাগি থকা ।
Covered or soaked with a liquid, such as water
- সশব্দProper Adj.
শব্দৰ সৈতে না শব্দ কৰি কৰা বা হোৱা
with sound