কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিসতnisataAdjective
দুৰ্ব্বল; ৰস নথকা; নিৰস; শুকান; খৰাং; যেনে-"বায়ু সূৰ্য্য নিসত্ব কৰিলে সব ৰাজ" (অনাদি-পাতন)
dry; having no juice or moisture
- নিসত্ত্বnisattbaAdjective
দুৰ্ব্বল; ৰস নথকা; নিৰস; শুকান; খৰাং; যেনে-"বায়ু সূৰ্য্য নিসত্ব কৰিলে সব ৰাজ" (অনাদি-পাতন)
dry; having no juice or moisture
- নিসত্বni.xot.toProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- নিসন্তানnisantānaAdjective
সন্তান নথকা; ল'ৰা-ছোবালী নথকা; নিছুৰীয়া
childless
- নিসন্দেহnisandehaAdjective
সংশয় নথকা; নিশ্চয়; সন্দেহ নথকা
free from doubt; certain
- নিসন্ধিnisandhiAdjective
ঠাই মৰা; মাজত শূন্য বা শুদা ঠাই নথকা; গঞ্জ
closely packed
- নিসমৰni.xo.morProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- নিসাৰnisāraAdjective
টোপনিত অচেতন
locked in sleep
- নিসাৰ-সাৰnisāra-sāraAdjective
সাৰ-সুৰ নোহোবা।
- নিসৃতni.sri.toAdjective Adj.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
- নিস্তব্ধnistabdhaAdjective
নিশব্দ; অমাত; মৌন
silent; still
- নিস্তেজnistejaAdjective
দীপ্তি বা শক্তি নথকা
powerless, pale
- নিস্তেজীnistejīAdjective
দীপ্তি বা শক্তি নথকা
powerless, pale
- নিস্তৰংগProper Adj.
ঢৌ বা তৰঙ্গ নথকা
lack of waves or undulations
- নিস্পন্দnispandaAdjective
কম্পনহীন, স্হিৰ।
- নিস্পানnispānaAdjective
স্হিৰ; লৰচৰ নকৰা; যেনে -"নিস্পান দশন ভৈল শৰীৰ বিবৰ্ণ" (বনপৰ্ব্ব)।
- নিস্পৃহnis.pri.hoProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.
- নিস্পৱহnispawahaAdjective
বাসনাশূন্য।
- নিস্বাৰ্থnisbārthaAdjective
নিজৰ হিত নিবিচৰা; উপকাৰ বা লাভৰ আশা নথকা
disinterested
- নিস্মৰnismaraAdjective
মাত-বোল নথকা; নিস্তব্ধ; নিমাত; যেনে-"ৰাতি নগৰ গোটেই নিস্মৰ"
Still; quiet