← ফুৰি যাওক

নিসত

nisata

অৰ্থ

1.

দুৰ্ব্বল; ৰস নথকা; নিৰস; শুকান; খৰাং; যেনে-"বায়ু সূৰ্য্য নিসত্ব কৰিলে সব ৰাজ" (অনাদি-পাতন)

dry; having no juice or moisture

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিসত · অসমীয়া অভিধান