কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মনস্তুষ্টিmo.nos.tus.tiAbstract Noun
নিজে যি পাব লাগে সেইখিনি পাই বা দেখি মনত আনন্দ লাভ কৰা |
A state of mind in which one's desires are confined to his lot whatever it may be; happiness with one's situation in life.
- মনস্ত্তষ্টিmanasttaṣṭiNoun
মনত সন্তোষ।
- মনস্থmo.nos.thoAbstract Noun
এক দৃঢ় সিদ্ধান্ত
A fixed and persistent intent or purpose; a firm decision
- মনস্হmanashaAdjective
মনত ভৰা
intended; desired
- মনা(মান) কচুmanā(māna), kacuNoun
বেজ-কচুতকৈ সৰু জোঙা জোঙা পাতেৰে এবিধ বনৰীয়া কচু
wild arum
- মনাইmanāiNoun
মন; চিত্ত
mind
- মনান্তৰmanāntaraNoun
মনোবিবাদ; বিৰোধভাব
disagreement; dispute
- মনালিচাmo.na.li.saProper Noun
লিওনাৰ্ড দা ভিন্সিয়ে ১৬ শতিকাত অঁকা এখন বিশ্ব বিখ্যাত ছবি ৷
A world famous portrait oil painting by Leonardo da Vinci. The portrait was drown on 16th century.
- মনি অৰ্ডাৰmo.ni or.darAbstract Noun
কোনো এক ডাকঘৰত টকা জমা দি ডাকঘৰৰ জৰিয়তে (মাননীৰ বিনিময়ত) আন কাৰোবালৈ সেই টকা পঠোৱাৰ ব্যৱস্থা৷
an arrangement/ order to pay someone money through post office.
- মনি-অৰ্ডাৰmani-arḍāraNoun
ডাক-ঘৰৰ যোগে দূৰলৈ টকা পঠিওবা ব্যবস্হা
money order
- মনি-বেগmani-begaNoun
টকা-পইছা ৰখা সৰু, সাধাৰণতে চালৰ মোনা,
money-bag
- মনিচmo.nisCommon Noun
মানুহৰ দুই লিঙ্গৰ বিশেষকৈ শাৰীৰিকভাৱে সৱলজন ৷
An adult male human being, as distinguished from a woman.
- মনিচ্manicNoun
মনুষ্য।
- মনিছালmo.ni.salProper Noun
ঘূৰণীয়া ডাঠ মুগা বৰণৰ ফল ধৰা এবিধ গছ যাক পানীৰ সৈতে মিহলালে ফেন ওলায়।
A tree bearing round dark brown fruits that lather when mixed with water.
- মনিটৰmo.ni.torCommon Noun
হোষ্টেলৰ ছাত্ৰসকলৰ তত্ত্বাবধান কৰিবৰ কাৰণে নিয়োগ কৰা বিশেষ ব্যক্তি ৷
a person appointed to supervise students in hostels.
- মনিবmo.nibCommon Noun
সম্পত্তি, ব্যৱসায় আদি যাৰ হাতত বা নামত আছে, তেনে লোক
Person who owns something like property, business, etc.
- মনিয়ৰিmaniẏariNoun
পুঠী মাছৰ নিচিনা এবিধ মাছ
a kind of small fish; Barilus barna
- মনিয়ৰীCommon Noun
পানীত বুৰ মাৰি মাছ ধৰা এবিধ কাউৰীৰ দৰে ক’লা চৰাই | দেহৰ বৰণ ক’লা আৰু ডিঙিটো সাপৰ দৰে দীঘল হয় |
The darters or snake-birds are birds in the family Anhingidae. There are four living species, one of which is near-threatened. The darters are frequently referred to as snake-birds because of their long thin neck, which gives a snake-like appearance when they swim with their bodies submerged.
- মনীন্দ্ৰmo.nin.droMaterial Noun
কাৰ্বনৰ টান,স্ফটিক ৰূপ
An extremely hard form of naturally crystallized carbon.
- মনীষাmanīṣāNoun
বুদ্ধি; জ্ঞান
intellect; knowledge