কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বন্দনNoun
প্ৰণাম; সেবা
salutation; obeisance
- বন্দনাNoun
গুণ-কীৰ্ত্তন কৰি কৰা পূজা; তুতি
recitation of praise; prayer
- বন্দবস্তbandabastaNoun
কোনো কাৰ্য্য কৰিবলৈ কৰা বিধি-ব্যবস্হা; মাটিৰ পিয়ল, খাজনা আদি নিৰ্ণয় কৰা কাৰ্য্য
arrangement; settlement
- বন্দবস্তিbandabastiNoun
কোনো কাৰ্য্য কৰিবলৈ কৰা বিধি-ব্যবস্হা; মাটিৰ পিয়ল, খাজনা আদি নিৰ্ণয় কৰা কাৰ্য্য
arrangement; settlement
- বন্দিbandiNoun
স্ত্ততি-পাঠক, প্ৰশন্তি-গায়ক।
- বন্দীbandīNoun
ভৱত্য; পুৰুষ ভৱত্য; ৰণত ধৰা পৰা মানুহ
a slave; a prisoner of war
- বন্দী প্ৰত্যক্ষীকৰণbon.di pro.tyo.khyi.ko.ronAbstract Noun
কোনো বন্দীৰ কাৰাবাস বা আটককৰণ অবৈধ নহয় বুলি নিশ্চিত কৰিবলৈ তেওঁক সোঁশৰীৰে উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱাবলৈ দিয়া এক পৰমাদেশ।
a writ issued to bring or produce a prisoner in person before a high court to ensure that his imprisonment or detention is not illegal.
- বন্দী-ধনbandī-dhanaNoun
এবিধ ধেমালি
a kind of play
- বন্দীখানাMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- বন্দীত্বbon.dit.woAbstract Noun
বন্দী অৱস্থা
The act of keeping something within specified bounds (by force if necessary)
- বন্দীপালbon.di.palProper Noun
কাৰাগাৰত বন্দী কৰি ৰখা অপৰাধীৰ ৰক্ষাৰ দায়িত্বত থকা ব্যক্তি ৷
a person who is in charge of a jail or section of a jail.
- বন্দীয়াৰbandīẏāraNoun
কয়দী
a prisoner
- বন্দুকbandukaNoun
গুলী মৰা অস্ত্ৰ; হিলৈ
a gun
- বন্দুকধাৰীbon.duk.dha.riCommon Noun
Man armed with a gun
- বন্দুকৰ নলbon.du.kor nolMaterial Noun
বন্দুক এটাৰ নলীৰ আকাৰৰ দীঘল অংশটো।
the long part of a gun that is shaped like a tube.
- বন্দুলিbanduliNoun
দীঘল ক'লা ৰঙচুবা পাতেৰে এবিধ ক্ষুদ্ৰ গছ আৰু তাৰ ফুল
a kind of garden flower and its plant
- বন্দোৱস্তVerbal Noun
বস্তুবোৰ এক নিৰ্দ্দিষ্ট ক্ৰমত সজোৱা কাৰ্য্য।
Putting things into a particular order.
- বন্দৰbandaraNoun
সাগৰ বা নৈৰ পাৰত থকা জাহাজ বন্ধা আৰু বেপাৰৰ ঠাই
a port
- বন্দৰ-চহৰbon.dor so.horCommon Noun
বন্দৰ থকা চহৰ-নগৰ/মহানগৰ আদি৷
a town or a city with a port/harbour.
- বন্দৰ-নগৰbon.dor no.gorCommon Noun
বন্দৰ থকা চহৰ-নগৰ/মহানগৰ আদি৷
a town or a city with a port/harbour.