কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঙঠা-জালāṅaṭhā-jālaNoun
ডাঙৰ মাছ ধৰা এবিধ ডাঙৰ জাল।
- আঙঠিāṅaṭhiNoun
আঙুলিত সুমুবাই পিন্ধা এবিধ অলঙ্কাৰ
finger-ring
- আঙথাMaterial Noun
জুই বা অঙঠা আদিৰ পৰা নিৰ্গত হোৱা জলন্ত কণা৷
Fiery particle thrown from a fire, alight in ashes, or produced by a flint, match etc.
- আঙথিMaterial Noun
আঙুলিত পিন্ধা এক বৃত্তাকাৰ অলঙ্কাৰ
a circular orgament worn on the finger
- আঙনিāṅaniNoun
থোকা পাতি লগা তামোল বা আন গছৰ গুটিৰ এলমা বা এটা শাখা; তামোল আদিৰ থোকৰ সৰু ঠেঙুলি
a branch or a cluster of fruits
- আঙলিMaterial Noun
হাত বা ভৰিৰ একেবাৰে আগত বা প্ৰান্তত থকা অংশ
any of the terminal members of the hand
- আঙা-মুৰিāṅā-muriNoun
এঙা-মুৰি; টোপনিৰ পাচত বা বহুত বেলি একেথৰে থকাৰ পাচত অঙ্গ বা শৰীৰৰ জড়তা বা ঠৰঙা গুচাৰলৈ হাত-ভৰি মেলি গা-মুৰি দিয়া কাৰ্য্য
the act of stretching the body or limbs
- আঙামুৰিa.nga.mu.riVerbal Noun
ভালেমান সময় একে ঠৰে থকাৰ পাচত হাত ভৰি মেলি আছাৰ মৰা কাৰ্য৷
the act of stretching for relief.
- আঙাৰāṅāraNoun
এঙাৰ; জুয়ে পুৰি এৰা কাঠ, বাঁহ আদিৰ খণ্ড; জুই নুমুবা বা নথকা আঙঠা
charcoal
- আঙি-ভঙিāṅi-bhaṅiNoun
মুখ-নাক বিকটোবা
distorting the face
- আঙুঠিangu.thiMaterial Noun
আঙুলিত পিন্ধা এক বৃত্তাকাৰ অলঙ্কাৰ
a circular orgament worn on the finger
- আঙুলāṅulaNoun
আঙুলিৰ বহল জোখ; আঙুলিৰ পথালি পৰিমাণ
a finger's width in measure
- আঙুলিNoun
হাত বা ভৰিৰ আগত থকা ঠেঙুলি; পাঁচোটা আঙুলিৰ নাম-বুঢ়া আঙুলি, তৰ্জ্জনী, মধ্যমা বা মাজু, অনামিকা, কনিষ্ঠা বা কেঞা-আঙুলি
a finger (of hands); a toe (of legs)
- আঙুলি- মুদ্ৰাNoun
কৰ-পল্লব।
- আঙুলি-কটপাa.ngu.li-kot.paMaterial Noun
বুঢ়া আঙুলিৰ পেটত চিয়াহী লগাই দলিল আদিত চহীৰ পৰিৱৰ্তে ৰখা তাৰ সাঁচ ।
The impression made by the thumb with the help of ink so as to put sign on any writ or other documents. Sometimes it is also used to recognize the authenticated person or criminals.
- আঙুলি-কতপাNoun
টিপ- চহী; বুঢ়া আঙুলিৰ পেটত চিয়াহী লগাই দলিল আদি কাকতত চহীৰ পৰিবৰ্ত্তে লোবা সাঁচ
fingerprint
- আঙুলি-মুদ্ৰাa.ngu.li-mu.draAbstract Noun
হাতৰ আঙুলিৰ মুদ্ৰা বা ভাঁজ দেখুৱাই কথা বুজুওৱা এক প্ৰকাৰ সঙ্কেত।
conversation by signalling with the fingers.
- আঙুলিচেপাNoun
মুখৰ ফালে দুটা চেপেনাৰ নিচিনা কাঁইট আৰু চাৰিটা ঠেঙেৰে মিছা-মাছ-সদৱশ এবিধ পানীত থকা পোক; ধৰিলে আঙুলিতে চেপে; জেবাঙ্কৰি
a kind of acquatic worm resembling a shrimp
- আঙুলিৰ টিপ্a.ngu.lir tipMaterial Noun
আঙুলিৰ পতাৰ ছালত থকা মিহি সিৰা বিলাকৰ চাপৰ সাঁচ; সাধাৰণতে অপৰাধীক চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়৷
A print made by an impression of the ridges in the skin of a finger; often used for biometric identification in criminal investigations.
- আঙুৰāṅuraNoun
লতা-পনিয়লৰ নিচিনা এবিধ খেতিত হোবা লতাৰ থোপা-থোপে লগা নুশুকোবা ফল
grapes