কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিষ্ঠাবানAdjective
ধৰ্ম্মত থকা; শ্ৰদ্ধাৰে ধৰ্ম্ম আচৰণ কৰা; নৈষ্ঠিক; ভক্তিমন্ত
devout; religious; pious
- নিষ্ঠাশীলProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- নিষ্ঠাৱন্তnis.tha.bon.toProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- নিষ্ঠুৰniṣṭhuraAdjective
নিৰ্দ্দয়।
- নিষ্ঠুৰতাপূৰ্ণnis.thu.ro.ta.pur.noProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- নিষ্পন্দniṣpandaAdjective
"নিষ্পান" চোবাঁ; যেনে-"দশন নিষ্পন্দ প্ৰাণ নেখেলে নাসাত" (দশম)।
- নিষ্পন্নniṣpannaAdjective
অন্ত কৰা; শেষ কৰা; সম্পূৰ্ণ কৰা
completed; finished
- নিষ্পাদিতAdjective
শেষ বা সিদ্ধান্ত কৰা
settled or finished
- নিষ্পাপniṣpāpaAdjective
পাপশূন্য; পবিত্ৰ
sinless; pure
- নিষ্পৃহnis.pri.hoProper Adj.
ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
disinterested, having no interest in reward or outcome
- নিষ্পেষিতnis.pe.xi.toVerbal Adj.
সংকীৰ্ণতাৰে বা অন্যায়ভাৱে কেৱল নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা
make use of meanly or unfairly for one`s own advantage
- নিষ্প্ৰভniṣprabhaAdjective
পৰাক্ৰম বা শক্তিশূন্য; পৰাস্ত
powerless; discomfited
- নিষ্প্ৰাণniṣprāṇaAdjective
উৎসাহহীন; মৰাৰা নিচিনা; যেনে-"এই কথা শুনি পাত্ৰ-মন্ত্ৰী সকলো নিষ্প্ৰাণ হ'ল;"
heartless; mortified; despirited
- নিষ্প্ৰয়োজনniṣpraẏojanaAdjective
প্ৰয়োজন নথকা; আবশ্যক নথকা; নিৰৰ্থক; অকাৰণ
unnecessary
- নিষ্প্ৰয়োজনীয়nis.pro.yo`.jo.ni.yoProper Adj.
প্ৰয়োজন নোহোৱা বা কামত নলগা
without or no longer in need or requirement of
- নিষ্পৱহniṣpawahaAdjective
স্পৱহা নথকা; কামনাশূন্য; অহৈতুক; স্বাৰ্থহীন।
- নিষ্ফলniṣphalaAdjective
ফল নথকা; বিফল; একো ফল নধৰা; অসাৰ্থক
fruitless; producing no result
- নিসঁচnisam̐caAdjective
নিৰ্ম্মূল বা নিৰ্ব্বংশ হোবা; সঁচ মৰা; বংশ লোপ পোবা
extinct; wholly eradicated
- নিসংশয়nisaṃśaẏaAdjective
আশঙ্কাশূন্য; ভয় বা সন্দেহ নথকা
free from doubt or fear
- নিসঙ্গnisaṅgaAdjective
সঙ্গ নথকা; অকলশৰীয়া
having no companion