নিষ্প্ৰয়োজন
niṣpraẏojana
অৰ্থ
1.
প্ৰয়োজন নথকা; আবশ্যক নথকা; নিৰৰ্থক; অকাৰণ
unnecessary
বিণ.
2.
আবশ্যকৰ অভাব; আবশ্যক নোহোবা অবস্হা
absence of necessity
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
niṣpraẏojana
প্ৰয়োজন নথকা; আবশ্যক নথকা; নিৰৰ্থক; অকাৰণ
unnecessary
বিণ.
আবশ্যকৰ অভাব; আবশ্যক নোহোবা অবস্হা
absence of necessity
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ