কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জ্ঞানৱন্তjya.no.bon.toProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- জ্ঞানৱানjya.no.banProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- জ্ঞাপকjñāpakaAdjective
যি জনায়; প্ৰকাশক।
- জ্ঞেয়jñeẏaAdjective
জ্ঞাতব্য; বি. জ্ঞানৰ বিষয়।
- জ্বলনশীলjo.lon.xilProper Adj.
যি সহজে জ্বলি উঠিব পাৰে
something which can catch fire easily
- জ্বলন্তjwo.lon.toVerbal Adj.
জ্বলি থকা ।
Bright or glossy in appearance.
- জ্বলন্ত জ্বলিAdjective; Noun
লাগি থকা; নুনুমোবা
burning
- জ্বালাতনProper Adj.
খং বা বিৰক্ত কৰি দিয়া৷
aroused to impatience or anger by troublesome, often repeated acts
- জ্বালামুখীNoun
জুই, তপত শিল, ধাতু আদি উগৰা পৰ্ব্বত; পোৰা-পৰ্ব্বত
a volcano
- জ্বৰঘ্নjo.rogh.noProper Adj.
জ্বৰ কমাব পৰা বা নাইকীয়া কৰিব পৰা গূণ থকা৷
Having the quality of mitigating or curing fever.
- জ্বৰনাশকjor.na.xokProper Adj.
জ্বৰ কমাব পৰা বা নাইকীয়া কৰিব পৰা গূণ থকা৷
Having the quality of mitigating or curing fever.
- জ্যামিতিকjya.mi.tikProper Adj.
জ্যামিতিৰ সৈতে জড়িত অথবা ৰেখা আৰু সৰল আকৃতিৰে গঠিত
related to geometry or consisting of lines and simple shapes
- জ্যেষ্ঠjyeṣṭhaAdjective
বয়সত ডাঙৰ
elder born
- জ্যোতিকুন্তলাProper Adj.
অত্যধিক উজ্জ্বল
very bright
- জ্যোতিষ্কাৰjyotiṣkāraAdjective
জাতিষ্কাৰ; যেনে-"কিঙ্কিণী বাজয় ৰুণঝুন জ্যোতিষ্কাৰ" (মা. ক. লঙ্কাকাণ্ড)।
- জ্যোতিষ্মানjyo`.tis.maanProper Adj.
যি আন্ধাৰত পোহৰ দিব পাৰে।
(something) which gives out light in the dark.
- জ্যোতিষ্মান্jyotiṣmānAdjective
উজ্জ্বল; দীপ্তিময়।
- জ্যোতিহীনjyo’.ti.hinProper Adj.
পোহৰৰ অভাৱত ভালদৰে মনিব নোৱাৰা
obscure from lack of light or emitted light
- জ্যোতিৰ্ম্ময়jyotirmmaẏaAdjective
দীপ্তি-যুক্ত; দীপ্তিমান
luminous; brilliant
- জ্যোতিৰ্ময়jyotirmaẏaAdjective
দীপ্তি-যুক্ত; দীপ্তিমান
luminous; brilliant