← ফুৰি যাওক

জ্বালামুখী

অৰ্থ

1.

জুই, তপত শিল, ধাতু আদি উগৰা পৰ্ব্বত; পোৰা-পৰ্ব্বত

a volcano

বি.

2.

পঞ্জাবত থকা এখন তীৰ্থস্হান [তাত এটা গহ্বৰৰপৰা জুই ওলায়; পুৰাণত লিখা আছে যে, সদাশিবৰ ভাৰ্য্যা সতীৰ জিভা তাত পৰিছিল।]

a famous place of pilgrimage in the Panjab

বি.

3.

জুই উগৰা

emitting fire

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জ্বালামুখী · অসমীয়া অভিধান