কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভস্মীকৃতbhos.mi.kri.toVerbal Adj.
যাক পুৰি ছাই কৰি দিয়া হৈছে
which has been burnt or reduced to ashes by burning
- ভস্মীভূত কৰ্bhos.mi.bhu.to korVerb-Trans.
জুয়ে পুৰি ছাইলৈ ৰূপান্তৰিত হ বা কৰ্
to burn or reduce to ashes
- ভস্মীভূত হbhos.mi.bhu.to hoVerb-Trans.
জুয়ে পুৰি ছাইলৈ ৰূপান্তৰিত হ বা কৰ্
to burn or reduce to ashes
- ভহাTransitive verb
উটাই নি
to cause to float
- ভাঁজ কৰ্bha~j korVerb-Trans.
একেলগ কৰি পাক দে
to roll or wind together
- ভাঁজ খাVerb-Intran.
বিশেষকৈ মাজভাগত ওজন বা চাপৰ ফলত তলফাললৈ ডুব যা বা ভিৰ ল ৷
to sink or bend downward by weight or pressure, especially in the middle.
- ভাঁৰbha~rVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ভাও দেbhau deVerb-Trans.
আনৰ ভাৱ-ভঙ্গী অনুকৰণ কৰি দেখুওৱা
To imitate, often in a mocking fashion
- ভাও ধৰ্bhau dhorVerb-Intran.
কিবা হোৱাৰ দৰে দেখুওৱা, যি আচলতে হোৱা নাই।
to attempt to be sth what is actually not so.
- ভাকুটকুটাbha.kut.ku.taVerb-Trans.
হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া
to move one's fingers on a sensitive part of somebody's body to make them laugh
- ভাকুট্কুটাbhākuṭkuṭāTransitive verb
গাৰ কোনো ঠাইত বিশেষকৈ কাষলতিত সুৰ্সুৰণি তোল
to tickle
- ভাকুৰ্কুৰাbhākurkurāTransitive verb
গাৰ কোনো ঠাইত বিশেষকৈ কাষলতিত সুৰ্সুৰণি তোল
to tickle
- ভাগ কৰ্bhag korVerb-Trans.
উপাদান সমূহ বেলেগ বেলেগ কৰি পেলা
to separate into the constituent parts
- ভাগ কৰ্bhag korVerb-Trans.
কোনো বস্তু এটাৰ বহুকেইটা অংশ তৈয়াৰ কৰ্
to make various parts from a single unit of things
- ভাগ ল্bhag loVerb-Intran.
ভাগ ল বা অংশ গ্ৰহণ কৰ্ ৷
to take or have a part or share along with others
- ভাগেbhāgeVerb; Noun
ভাগলৈ; ভাগত; যেনে-"সাতভাগে কাট"
into parts
- ভাগে ভাগেbhāge, bhāgeAdverb
বেলেগে বেলেগে; eng >separately/eng>.
- ভাগে-ভাগেbha.ge-bha.geAdverb
Distinctly different parts or units
- ভাগ্bhāgIntransitive verb
খণ্ড হ; ফাট্
to crack
- ভাগ্য উদয় হbha.gyo u.doy hoVerb-Intran.
ভাল ভাগ্য আহ
to have fortune or good luck