কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠাচṭhācaNoun
গঢ়; আকৱতি; ৰূপ
a form; a shape
- ঠাচাṭhācāNoun
কোনো বস্ত্ত ঢালি কৰিবলৈ যুগুত কৰা সেই বস্ত্তৰ আকৱতি; সাঁচ
a mould
- ঠাটṭhāṭaNoun
ঐশ্বৰ্য্য; প্ৰভাব; জাকজমক
pomp; dignity; splendour
- ঠাট-কটকṭhāṭa-kaṭakaNoun
সেনা আৰু সেনাৰ লগত যোবা মানুহৰ দল
an army with his followers
- ঠাটকাৰṭhāṭakāraNoun
ঠন্ ঠন্, ঠনৰ্; যেনে-"ঠাটকাৰ কৰি বৱক্ষ মাজতে ভাঙিল" (ভীম-চৰিত্ৰ)।
- ঠাট্টাṭhāṭṭāNoun
বিদ্ৰুপ; মস্কৰা
taunt; joke
- ঠাট্টা-মস্কৰাthat.ta-mos.ko.raVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- ঠাঠṭhāṭhaNoun
জাক; সমূহ; যেনে-"অসুৰক মাৰিলাহা দেখি দেব ঠাঠ" (বঘাসুৰ)।
- ঠাঠুৰিṭhāṭhuriNoun
বেয়াকৈ কাম কৰি ভাগুনা কৰা কাৰ্য্য
the act of deceiving by doing a word badly
- ঠাণ্ডাপানীthan.da.pa.niProper Noun
কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী এখন ঠাই৷
A village panchayat located in the Karbi Anglong district of Assam state,India. The latitude 26.11 and longitude 91.83 are the geocoordinate .
- ঠাণ্ডাপানী গাওঁthan.da.pa.ni gao`~Proper Noun
কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী এখন ঠাই৷
A village panchayat located in the Karbi Anglong district of Assam state,India. The latitude 26.11 and longitude 91.83 are the geocoordinate .
- ঠানṭhānaNoun
গঢ়; সাদৱশ্য; প্ৰকাৰ; যেনে-"উৰু কৰি-কৰ কটি ডমৰুক টান" (বৰগীত); যেনে-"শুনা সৰ্ব্বজন; আত অনন্তৰঃ যেন ঠান কথা ভৈল" (কীৰ্ত্তন)
shape; form; sort
- ঠান-ভানṭhāna-bhānaNoun
অঙ্গ-ভাঙ্গ
jesture of the limbs
- ঠানিṭhāniNoun
ঠালি।
- ঠাবṭhābaNoun
ঠাই, যেনে-"সি তুমি লবনু মাগা গোবালীৰ ঠাব" (বৰগীত); ক্ৰি. বিণ. ঠাবতে থিতাতে।
- ঠাবৰṭhābaraAdjective
নিশ্চয়; ঠিক; স্হিৰ; লৰচৰ কৰিব নোবৰা
certain; settled; unmovable
- ঠামṭhāmaNoun
ঠাই; ধাম
place
- ঠালṭhālaNoun
গছৰ ডাল; শাখা
a branch
- ঠাল-ঠেঙুলিthal-the.ngu.liMaterial Noun
গছ-গছনিৰ গা-গছৰ শাখা
Limb of a tree or bough
- ঠালিṭhāliNoun
গছৰ সৰু ডাল
a small branch; a twig