← ফুৰি যাওক

ঠাট

ṭhāṭa

অৰ্থ

1.

ঐশ্বৰ্য্য; প্ৰভাব; জাকজমক

pomp; dignity; splendour

বি.

2.

একে ঠাইতে গোট খোবা অনেক মানুহ; মানুহৰ জুম

a crowd

বি.

3.

সৈন্য; যেনে-"বালি ঘালি সুগ্ৰীবক পাট। দেলহ যো লয়ে বানৰ ঠাট" (বৰগীত)

an army

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠাট · অসমীয়া অভিধান