কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শতকৌটিxo.to.kou.tiProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- শততমXO.TO.TOMProper Adj.
এশ সংখ্যাৰ পূৰক; এশ সংখ্যক৷
The cardinal of the number hundred (100).
- শতসহস্ৰxo.to.xo.ho.sroProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- শতাংশxo.tang.xoAbstract Noun
১০০-ৰ ভাগ হিচাপে প্ৰকাশ কৰা যিকোনো দুটা সংখ্যাৰ অনুপাত
a ratio of two numbers, represented as parts of 100.
- শতাধিকxo.ta.dhikProper Adj.
এশতকৈ বেছি সংখ্যক
more than a hundred in number
- শতায়ুxo.ta.yuProper Adj.
এশ বছৰ জীয়াই থকা ৷
living a hundred years.
- শতেকśatekaAdjective
এশ; যেনে-"শতেক বৎসৰ"
hundred
- শতেকীয়াśatekīẏāAdjective
এশলৈকে গণনা কৰা (নেওতা)
(a table of numbers) counting from one to one hundred
- শত্ৰুতাপৰায়ণProper Adj.
স্বাৰ্থ বা হিতৰ বিপৰীতে যোৱা
contrary to one's interests or welfare
- শত্ৰুবিনাশকাৰীxo.tru.bi.nax.ka.riProper Adj.
শত্ৰু বিনাশ কৰোঁতা৷
one who destroys the enemies
- শত্ৰুভাবাপন্নxot.ru.bha.ba.pon.noProper Adj.
স্বাৰ্থ বা হিতৰ বিপৰীতে যোৱা
contrary to one's interests or welfare
- শনাইতśanāitaAdjective
শানত দিয়া; চোকা; যেনে-"শনাল তিখালঃ বৈৰ অন্তকালঃ সৰ্প সম খুৰ শৰে" (বিৰাট-পৰ্ব্ব)
sharpened; whetted
- শনালśanālaAdjective
শানত দিয়া; চোকা; যেনে-"শনাল তিখালঃ বৈৰ অন্তকালঃ সৰ্প সম খুৰ শৰে" (বিৰাট-পৰ্ব্ব)
sharpened; whetted
- শনাহীśanāhīAdjective
উৎপতীয়া; কুলক্ষণীয়া
mischievous; very wicked
- শনিবৰীয়াAdjective
শনিবাৰে হোবা বা ৰহা
occurring or born or produced on Saturday
- শপ্তxop.toProper Adj.
যি শাও পাইছে ৷
under the influence of the ill effects of a curse.
- শবদিয়ালAdjective
"শব্দ" উঠা; প্ৰখ্যাত
high sounding; renowned
- শব্দতাত্ত্বিকAdjective
ই হৈছে জ্ঞানৰ এটা শাখা যিয়ে কোনো ভাষা বা ভাষাৰ গঠন, ঐতিহাসিক বিকাশ আৰু সম্পৰ্কৰ বিষয়ে আলোচনা কৰে
it is a branch of knowledge that deals with the structure, historical development, and relationships of a language or languages
- শব্দভেদীśabdabhedīAdjective
কোনো বস্ত্তৰ শব্দ শুনিয়েই তাৰ গাত অস্ত্ৰ লগাৰ পৰা ক্ষমতা থকা; যেনে-"শব্দভেদী মই ঘোৰ আন্ধাৰ নিশাত। শৰে হানি পশু মাৰি ফুৰোঁ অসংখ্যাত" (মা., আদিকাণ্ড)
able to shoot at a thing by hearing merely its sound
- শব্দশঃAdjective Adj.
কোনো শব্দ,বাক্য বা পাঠৰ স্পষ্ট, সহজবোধ্য, পোনপটীয়া অৰ্থ৷
the basic or obvious meaning of a word, phrase or a sentence; understanding them (or a text)without any interpretation or finding underlying meaning.