← ফুৰি যাওক

শব্দভেদী

śabdabhedī

অৰ্থ

1.

কোনো বস্ত্তৰ শব্দ শুনিয়েই তাৰ গাত অস্ত্ৰ লগাৰ পৰা ক্ষমতা থকা; যেনে-"শব্দভেদী মই ঘোৰ আন্ধাৰ নিশাত। শৰে হানি পশু মাৰি ফুৰোঁ অসংখ্যাত" (মা., আদিকাণ্ড)

able to shoot at a thing by hearing merely its sound

বিণ.

2.

নেদেখা বস্ত্তৰ মাত শুনি তাত লগাব পৰা (বাণ)

capable of piercing a thing by hearing merely its sound

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ