কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষুণ্ণkṣuṇṇaAdjective
দুখিত; ব্যথিত।
- ক্ষুদ্ৰkṣudraAdjective
সৰু
small
- ক্ষুদ্ৰকায়khyu.dro.kayProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- ক্ষুদ্ৰতমkhyu.dro.tomProper Adj.
the smaller than all others
- ক্ষুদ্ৰাকাৰkhyu.dro.karProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- ক্ষুদ্ৰাতিক্ষুদ্ৰkhyud.ra.ti.khyud.roProper Adj.
অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি ৷
Infinitely or immeasurably small.
- ক্ষুদ্ৰায়তনProper Adj.
অতি ক্ষুদ্ৰ বা সৰু; বৰ মিহি ৷
Infinitely or immeasurably small.
- ক্ষুধাকৰkṣudhākaraAdjective
ভোক লগোবা
increasing appetite
- ক্ষুধাজনকkṣudhājanakaAdjective
ভোক লগোবা
increasing appetite
- ক্ষুধাতুৰkhyu.dha.turProper Adj.
ভোকৰ পৰা দুখ পোৱা
Having a desire, craving or need for food; feeling hunger, oppressed by hunger.
- ক্ষুধাহীনAdjective
আভোকীয়া; ভোক নলগা
having no appetite
- ক্ষুধাৰ্তAdjective
ভোকত দুখ পোবা; ভোকত চেপেটা লগা
afflicted with hunger; hungry
- ক্ষুধাৰ্ত্তAdjective
ভোকত দুখ পোবা; ভোকত চেপেটা লগা
afflicted with hunger; hungry
- ক্ষুব্ধkṣubdhaAdjective
চিন্তাকূল; মনত উগুল-থুগুল লগা; মন বিচলিত হোবা
perturbed; mentally disturbed; anxious
- ক্ষুভিতkṣubhitaAdjective
ক্ষুব্ধ।
- ক্ষুৰধাৰkhyur.dharProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- ক্ষেত্ৰজkṣetrajaAdjective
আপোনাৰ ভাৰ্য্যাৰ গৰ্ভত বংশৰ কোনো লোকৰ দ্বাৰা উৎপন্ন হোবা; যেনে-"ক্ষেত্ৰজ পূত্ৰ"
begotten on one's wife by a kinsman
- ক্ষেত্ৰজ্ঞkhyet.ro.gyoProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- ক্ষেত্ৰফলkhyet.ro.pholProper Adj.
দৈৰ্ঘ্যক প্ৰস্থৰে পূৰণ কৰি পোৱা ফল, মাটি জুখিবলৈ ব্যৱহাৰ কৰা হয় ৷
the figure obtained my multiplying length by breadth, used to measure land
- ক্ষেপণীয়kṣepaṇīẏaAdjective
দলিয়াই দিব লগীয়া।