কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মোতায়েন কৰ্mo`.ta.yen korVerb-Trans.
যুদ্ধৰ বাবে সাজু হৈ থকা সৈন্যদলৰ মাজলৈ সৈন্য নিয়োগ বা প্ৰসাৰিত কৰ্
Spread out troops etc. into a line ready for action
- মোধাTransitive verb
আনৰ হতুবাই পূৰণি দা, কুঠাৰত তীখা লগাই বটা; জোন দিয়া
to cause to be renewed by welding on a piece of new iron or steel
- মোধ্modhTransitive verb
পুৰণি কোৰ, কুঠাৰ আদিৰ মুখত নতুনকৈ তীখা যোৰা দি চোকা কৰ্; পিটা
to renew as an old hoe etc. by welding on a new piece of iron
- মোলাmolāTransitive verb
দৰা; দৰ-ভাও কৰ্; মূল্য বা বেচ ঠিক কৰ্
to settle the price of; to strike a bargain
- মোষ্moṣTransitive verb
কাট্; ডোখৰ ডোখৰ কৰ্; ধ্বংস কৰ্; ; যেনে-"যাহাঙ্ক স্মৰণে পাতক মোষে। তাঙ্ক কি কৰিব ইসব দোষে" (কীৰ্ত্তন)।
to destroy
- মোহভঙ্গVerbal Noun
কিহবাৰ প্ৰতি অসন্তুষ্ট হৈ মোহ নাইকিয়া হোৱা অৱস্থা
a state of disappointment or disillusionment
- মোহাচ্ছন্ন কৰ্mo`.ha.son.so korVerb-Trans.
বিশেষ পৰামৰ্শৰ দ্বাৰা কোনো ব্যক্তিক মোহাচ্ছন্ন কৰি ৰাখ।
to put someone in a special state of mind where he/she can be completely controlled.
- মোহাৰ্mohārTransitive verb
হাত-ভৰিৰে মৰ্দ্দন কৰ্ বা পিহ্
to crush with the hand or foot
- মোহিত কৰ্mo`.hi.to korVerb-Trans.
কাৰোবাক কিবা কৰাবলৈ আকৰ্ষিত কৰ৷
to attract someone to do something
- মোহ্Transitive verb
মুগ্ধ কৰ্; বশ কৰ্
to captivate
- মোহ্mohTransitive verb
ছল, বুদ্ধি কৰি পৰৰ বস্ত্ত গ্ৰহণ কৰ্
to take by artifice
- মোহৰ-মৰাmo`.hor-mo.raVerbal Adj.
আনুষ্ঠানিক ছীল-মোহৰ খোদিত কৰি বা হেঁচি লগাই দিয়া
engraved or impressed with a stamp or official seal
- মোহৰ-লগোৱাmo`.hor-lo.go`.waVerbal Adj.
আনুষ্ঠানিক ছীল-মোহৰ খোদিত কৰি বা হেঁচি লগাই দিয়া
engraved or impressed with a stamp or official seal
- মোড়্moṛTransitive verb
বধ কৰ্; মৰ্দ্দন কৰ্; মোহাৰ্; যেনে-"কুবলয় কংস কেশী মল্ল মোড়ল, অঘ ৰফ ধেনুক নাশি" (বৰগীত)।
- মোৰ ধৰ্mo`r dhorVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- মোৰ পাmo`r paVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- মোৰ বোল্mora, bolTransitive verb
গ্ৰহণ কৰ্; গ্ৰাস কৰ্
to accept; to devour
- মৌখিকmaukhikaAdjective
মুখে মুখে কোবা; নিলিখা; কথ্য
oral; colloquial
- মৌনভাৱেmou.no.bha.beAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- মৌনেAdverb
নীৰবে; নমতাকৈ; কথা নোকোবাকৈ
in silence; silently