কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিনামূলীয়াকৈbi.na.mu.li.ya.koiAdverb
কোনো মূল্য নিদিয়াকৈ।
given or served without any cost or frees.
- বিনামূল্যেbi.na.mu.lyeAdverb
কোনো মূল্য নিদিয়াকৈ।
given or served without any cost or frees.
- বিনাযত্নেbi.na.jot.neAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.
- বিনাশ কৰ্bi.nax korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- বিনাশকৰণbi.nax.ko.ronVerbal Noun
কাৰোবাৰ দ্বাৰা জীৱন নাশ কৰা কাৰ্য্য ৷
The act of terminating a life forcefully by someone.
- বিনাশব্দেbi.na.xob.deAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- বিনিগ্ৰহVerbal Noun
কৰ্ত্তৃত্বশীলভাৱে কোনো সম্পত্তি লৈ লোৱা কাৰ্য্য
the act of taking possession of something by authority
- বিনিময় কৰ্bi.ni.moy korVerb-Trans.
এটা বস্তুৰ সলনি আন এটা ল
to change one item with another
- বিনিয়ন্ত্ৰণVerb-Intran.
চৰকাৰী নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰা
to remove (esp government) control from
- বিনিয়োগ কৰ্bi.niyo`gVerb-Trans.
কোনো ব্যক্তিক আনুষ্ঠানিক পদবীত সংস্থাপিত কৰা।
to place somebody on a official position.
- বিনিয়োজনVerbal Noun
কামত খটোৱা কাৰ্য্য
the act of setting apart or taking for one`s own use
- বিনিৰ্গমVerbal Noun
ঘৰ বা কোনো কোঠাৰ পৰা ওলাই যোৱা কাৰ্য
the act of going out
- বিনিৰ্জিতbi.nir.ji.toVerbal Adj.
যি কোনো যুদ্ধ বা খেলত হাৰিছে
one who has lost in a battle or game
- বিনীতভাৱেbi.ni.to.bha.weAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- বিন্ধাbindhāNoun
ফুটা; ৰন্ধ্ৰ; জলা
a hole; a bore
- বিন্ধা কৰ্bindha korVerb-Trans.
সঁজুলিৰ সহায়ত ফুটা কৰ্
make a hole especially with a revolving tool
- বিন্ধ্bindhTransitive verb
সৰু জোঙা বস্ত্তৰ আগেৰে খোঁচ্
to prick
- বিনয় সহকাৰেbi.noy.xo.ho.ka.reAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- বিনয়েৰেbi.no.ye.reAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- বিপক্ষেAdverb
বিৰুদ্ধে
against