← ফুৰি যাওক

বিন্ধা

bindhā

অৰ্থ

1.

ফুটা; ৰন্ধ্ৰ; জলা

a hole; a bore

বি.

2.

আহুধান পাতল কৰা আৰু নিৰোবা জবকাৰ নিচিনা এবিধ খেতিৰ সঁজুলি

an instrument for thinning out and weeding broadcast highland rice

বি.

3.

বিন্ধাৰে পাতল কৰ্

to thin out with the above implement

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিন্ধা · অসমীয়া অভিধান