কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আলোকিত কৰ্a.lo’.ki.to korVerb-Intran.
light up a place or some object
- আলোচনা কৰ্a.lo’.so.na korVerb-Trans.
কোনো বিষয় সম্পৰ্কে গভীৰ আৰু বিশদভাৱে কথা পাত্
to talk seriously about sth in length
- আলোচ্যa.lo`.syoVerbal Adj.
আলোচনা কৰিব লগীয়া বা আলোচনাৰ উপযোগী
fit to be discussed or talked-about
- আলোড়িত কৰa.lo`.ri.to korVerb-Trans.
কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা
to move sth rapidly from side to side
- আলোড়িত কৰ্a.lo`.ri.to korVerb-Intran.
আবেগ বা অনুভূতি জগাই তোলা
to arouse or stir up the emotions or feelings
- আল্চুল্কৈālculkaiAdverb
চোৰৰ দৰে মানুহে নেদেখাকৈ; লুকাই লুকাই
stealthily
- আল্তলুকৈāltalukaiAdverb
আল্-ফুলকৈ
gently
- আল্ফুলকৈAdverb
আলসুবাকৈ; ঢিলাকৈ; হেঁচা নপৰাকৈ; টেপা নমৰাকৈ; দুখ নোপোবাকৈ
gently; tenderly; without any pressure
- আশংসৱVerb
(পু. অ.)।
- আশঙ্কামুক্তa.xong.ka.muk.toVerbal Noun
কোনো সঙ্কোচ নোহোৱা অৱস্থা৷
the state of not having any hesitation.
- আশা কৰ্a.xa korVerb-Intran.
কোনো কাম হ’ব বুলি ভাৱ৷
To wish for something with expectation of its fulfillment
- আশা দেaxa deVerb-Trans.
কোনো এটা কাম কৰা হ`ব বা নহ`ব বুলি ঘোষণা কৰ্
to declare that something will or will not be done, given, etc
- আশীষ-ধন্যa.xix-dho.nyoVerbal Adj.
আনৰ আশীৰ্বাদ লাভ কৰা
received blessings of
- আশীৰ্বাদ-পুষ্টa.xir.bad-pus.toVerbal Adj.
আনৰ আশীৰ্বাদ লাভ কৰা
received blessings of
- আশীৰ্ব্বাদ-পুষ্টa.xir.bad-pus.toVerbal Adj.
আনৰ আশীৰ্বাদ লাভ কৰা
received blessings of
- আশুāśuAdverb
শীঘ্ৰে, সোনকালে
soon; quickly
- আশে-পাশেāśe-pāśeAdverb
ইফালে-সিফালে; দাঁতিয়ে-কাষৰে
this side and that side; round about
- আশৈশবāśaiśabaAdverb
ল'ৰাকালৰপৰা
from childhood
- আশৈশৱa.xoi.xobAdverb
ল’ৰা কালৰ পৰা
from childhood, from infancy
- আশ্বাস দেa.swax deVerb-Trans.
কোনো এটা কাম কৰা হ`ব বা নহ`ব বুলি ঘোষণা কৰ্
to declare that something will or will not be done, given, etc