কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফৌজদাৰী আইনphouj.da.ri a.inAbstract Noun
কোনো ৰাষ্ট্ৰৰ অপৰাধ আৰু অপৰাধৰ শাস্তি সমন্ধিয় বিধিসমূহ
the rules or codes for crimes and the corresponding punishments of a state
- ফৌত্phou.toAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- ফৌনphounMaterial Noun
দূৰৈত থকা ব্যক্তিৰ সৈতে কথা পাতিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ
An equipment that facilitate conversation over a distance
- ফৌফৌবাphauphaubāNoun
ফু মাৰিলে বা বতাহত উৰি যোবা; শুকান; পিঠাগুড়িৰ দৰে নীৰস
dry and mealy, like dry rice powder; not sticky
- ফ্ল`ৰাইডphlo``.ra.idMaterial Noun
এবিধ হাইড্ৰ্ফ্লৰিক এচিডৰ লৱণ৷ ই এক খনিজ পদাৰ্থ৷
Compound of fluorine with metal
- ফ্ল`ৰিণphlo``.rinMaterial Noun
এবিধ অতি সক্ৰিয় আৰু পাতল হালধীয়া গেছ৷ পৰ্যাবৃত্ত তালিকাত ইয়াৰ স্থানাংক ৯৷
A poisonous pale yellow gaseous element
- ফ্লপিphlo.piCommon Noun
লেহুকা ফলক , কম্পিউটাৰৰ তথ্যপাতি সঞ্চয় কৰিবৰ বাবে ব্যৱহাৰ হোৱা আহিলা
A floppy disk is a data storage medium that is composed of a disk of thin, flexible ("floppy") magnetic storage medium encased in a square or rectangular plastic shell . Invented by IBM, floppy disks in 8", 5.25", and 3.5" formats enjoyed many years as a popular and ubiquitous form of data storage and exchange,from the middle 1970s to the late 1990s.
- ফ্লাই-অভাৰphlai-o`.bharMaterial Noun
এটা ৰাষ্টাৰ ওপৰেদি সজা আন এটা ৰাষ্টা৷
a road bridge over another road
- ফ্লাস্কphlāskaNoun
জুলীয়া বস্ত্ত তপত ৰাখিব পৰা কাচ আৰু ধাতুৰ নিৰ্মিত চুঙাৰ লেখীয়া যতন
flask
- ফ্লেনেলphlenelaNoun
পছমী কাপোৰ-বিশেষ
flannel
- ফ্লেমিংগfle.minggCommon Noun
গুলপীয়া ৰঙৰ পাখি, দীঘল ঠেঙ, দীঘল ডিঙি আৰু বেকা ঠোঁটৰ এবিধ বৃহৎ আকাৰৰ জলচৰ পক্ষী৷ ইহঁতৰ ৰং সাধাৰণতে ৰঙা বা গুলপীয়া৷
Any bird of the genus Phoenicopterus. The flamingoes have webbed feet, very long legs, and a beak bent down as if broken. Their color is usually red or pink.
- ফ্ল’ৱেমNoun
ফ্ল’ৱেম, অধোৱাহী
ফ্ল’ৱেম, অধোৱাহী
- ফ্ৰকphrakaNoun
সৰু ছোবালীৰ চোলা
frock
- ফ্ৰান্সphransProper Noun
পশ্চিম ইউৰোপৰ এখন দেশ।
France, officially the French Republic, is a unitary sovereign state comprising territory in western Europe and several overseas regions and territories.
- ফ্ৰিজfrijCommon Noun
খাদ্য,ঔষধ আদি চেঁচা আৰু সতেজ কৰি ৰাখিব পৰা এক বিদ্যুৎ চালিত বাকচ/আধাৰ৷
an electrical cabinet for keeping the contents within (food, vegetable, medicine etc.) cool and fresh.
- ফ্ৰেডৰিক এঞ্জেলচfred.rik en.jelsProper Noun
ঊনৈশ শতিকাৰ জাৰ্মান সমাজ বি়ঞ্জানী, লেখক, চিন্তাবিদ৷ কাৰ্লমাক্সৰ সৈতে এখেতে দিয়া অৱদানে পৃথিৱীৰ ৰূপেই সলনি কৰি দিছিল৷
He was a German social scientist, author, journalist, businessman, political theorist, philosopher, and father of Marxist theory, together with Karl Marx.
- ফ্ৰেমphremaNoun
কিবা বস্ত্ত ধৰি ৰখা কাঠ বা ধাতুৰ বাও
frame
- ফয়চলাphaẏacalāNoun
মোকৰ্দ্দমাৰ ৰায় থকা কাকত
judgement paper
- ফৰpharaNoun
ঢাল
shield
- ফৰমটpharamaṭaNoun
ফৰ্ম্মুঠি; যেনে-"চপাই ৰহিল যেন ফৰমট" (ৰুক্মিণীহৰণ)।