কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তালাচীta.la.siAbstract Noun
এক তদন্তৰ অংশ হিচাপে কোনো তথ্য বা বস্তু বিচৰা কাৰ্য্য
The act of looking for something as a part of an investigation
- তালাছtālāchaNoun
অনুসন্ধান
search
- তালাছিtālāchiNoun; Adjective
অনুসন্ধান কৰোঁতা; অনুসন্ধানী।
- তালাছীtālāchīNoun; Adjective
অনুসন্ধান কৰোঁতা; অনুসন্ধানী।
- তালাপিtālāpiNoun
যত্ন লোবা; পৰিচৰ্য্যা
the act of attending on or taking care
- তালিtāliNoun
টাপলি; তালি মাৰ্ টাপলি মাৰ্
to patch
- তালিকাtālikāNoun
ফৰ্দ্দ
a list
- তালিকাকৰণta.li.ka.ko.ronVerbal Noun
শৃংখলাৱদ্ধ ভাৱে তালিকাভুক্ত কৰা প্ৰক্ৰিয়া
putting or arranging in a tabular, systematic, or condensed form
- তালিবানta.li.banProper Noun
আফগানিস্তানত ইছলামৰ এটা মৌলবাদী ৰাজনৈতিক আন্দোলন৷ ই ক্ৰমে অন্য মুছলিম দেশত বিয়পিছে৷
The Taliban, alternative spelling Taleban, is an Islamic fundamentalist political movement in Afghanistan. It spread throughout Afghanistan and formed a government, ruling as the Islamic Emirate of Afghanistan from September 1996 until December 2001, with Kandahar as the capital. However, it gained diplomatic recognition from only three states: Pakistan, Saudi Arabia, and the United Arab Emirates. Mohammed Omar is the founder and has been serving as the spiritual leader of the Taliban since its foundation in 1994.
- তালিমtālimaNoun
বিদ্যা; শিক্ষা।
- তালিশMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- তালুtāluNoun
মুখৰ ভিতৰৰ ওপৰফাল, যেনি শব্দ ওলাই আহে
palate
- তালুকtālukaNoun
খাজনা আদি তুলিবলৈ ভাগ কৰা মৌজাৰ নিচিনা এক খণ্ড দেশ
a part of district similar to a mauzā
- তালূৰAbstract Noun
কোনো তৰল বা গেছীয় পদাৰ্থৰ চক্ৰ গতি।
Circular motion of a liquid or gas.
- তালৈta.loiPronoun
বক্তাৰ পৰা কিছুদূৰত থকা স্থান
refers to a place away from the speaker
- তাসুtāsuPronoun
তাৰ; যেনে-"তাসু মাজে নন্দ-সূত বিৰাজিত পঙ্কজ কেশৰ সমান" (বৰগীত)
of him, that or it
- তাহাঁতta.ha~tPronoun
তৃতীয় ব্যক্তি বহুবচন
the third person plural
- তাহাঁতকta.ha~.tokPronoun
’তেওঁলোক’ৰ কৰ্ম ৰূপ৷ যেনে: মই পৰহি তেওঁলোকক/সিহঁতক/তাহাঁতক তিনিচুকীয়াত লগ পাইছিলোঁ৷ (সিসকলক আৰু তেৰাসকলক মান্যবাচক,গুৰু, ভকত আদিৰ প্ৰসংগত সাধাৰণতে ব্যৱহাৰ হয়৷ ৷ কেতিয়াবা মন্ত্ৰী, বিষয়া আদিক কটাক্ষ কৰিও ব্যৱহাৰ হয়৷)
the object form of 'they' e.g. I met them yesterday at Tinsukia.
- তাহাকta.ha.koPronoun
উল্লেখিত তৃতীয় পুৰুষৰ বা তৃতীয় পুৰুষৰ বিষয়ে
about/of the third person mentioned
- তাহান্তtāhāntaPronoun
তেখেত
he