তালৈ
ta.loi
অৰ্থ
1.
বক্তাৰ পৰা কিছুদূৰত থকা স্থান
refers to a place away from the speaker
সৰ্বনাম
সমাৰ্থক শব্দ
2.
কোনোবা পুৰুষলৈ বা পুৰুষৰ৷ যেনেঃ ’তাই তালৈ গ’ল’ অৰ্থাৎ তাই তাৰ লগত বিয়া হ’ল৷
(of or belonging)to a male. In an Axomiya sentence 'tai (she) taloi (him) gol'(went), i.e. 'she went to him' here means she is married to him.
সৰ্বনাম
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ