কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিশ্ছিদ্ৰniśchidraAdjective
নিৰ্দ্দোষ, জগৰ নথকা; লেঠা নথকা; নিজগৰীয়া
free from fault or liability
- নিশ্ছিন্নniśchinnaAdjective
সম্পূৰ্ণৰূপে চিন-চাব নোহোবা।
- নিষিক্তni.xik.toVerbal Adj.
ডিম্বাণুৰ শুক্ৰাণুৰ সৈতে মিলন হৈ ভ্ৰূণ সৃষ্টি হোৱা অৱস্থা
An ovum that has been fused with a sperm and the process of development of an embryo has been initiated
- নিষিদ্ধniṣiddhaAdjective
কাৰ্য্য সিদ্ধ কৰিবলৈ নিদিয়া; নিষেধ কৰা; মানা কৰা
prohibited; forbidden
- নিষ্কণ্টকniṣkaṇṭakaAdjective
কাঁইট নথকা
having no thorn
- নিষ্কম্পniṣkampaAdjective
কম্পনহীন; স্হিৰ।
- নিষ্কলংকnis.ko.long.koProper Adj.
কলংক বা চেকা নথকা
having no black-spot or bad name.
- নিষ্কলঙ্কniṣkalaṅkaAdjective
নিৰ্দ্দোষ; কোনো বিধৰ মলিনতা বা দাগ নথকা; নিৰ্ম্মল।
- নিষ্কলুষnis.ko.luxProper Adj.
কোনো কলঙ্ক অথবা দাগ নথকা।
Free from stain or blemish.
- নিষ্কামniṣkāmaAdjective
লাভ বা ফললে বাঞ্ছা নকৰা; স্বাৰ্থ নথকা
having no desire for reward; disinterested
- নিষ্কাৰণniṣkāraṇaAdjective
কাৰণ নথকা
groundless
- নিষ্কিঞ্চনniṣkiñcanaAdjective
নিঃসম্বল।
- নিষ্ক্ৰিয়niṣkriẏaAdjective
ক্ৰিয়াহীন
inactive
- নিষ্কৰniṣkaraAdjective
কৰ-নলগোবা; লাখেৰাজ; ৰাজহ দিব নলগা; নিকটলুবা
rent-free
- নিষ্কৰুণniṣkaruṇaAdjective
কৰুণাহীন; নিৰ্দয়।
- নিষ্কৰ্মাnis.kor.maProper Adj.
কাম কৰিব নোৱাৰা, কোনো লৰচৰ নোহোৱা
Devoid of activities. Not functioning or operating; out of use.
- নিষ্কৰ্ম্মাniṣkarmmāAdjective
কোনো কাম নথকা
having no work to do
- নিষ্খলnis.kholProper Adj.
অসৎ, দুষ্ট আৰ উদণ্ড স্বভাৱৰ |
Evil in principle or practice; deviating from morality; contrary to the moral or divine law; addicted to vice or sin; sinful; immoral; profligate.
- নিষ্টniṣṭaAdjective
"নিষ্ঠ" চোবাঁ; নিশ্চয়; যেনে-"নিষ্ট কৰি জানাইটো ৰাক্ষসৰ মায়া" (মা. ক. অৰণ্যকাণ্ড)।
- নিষ্ঠাবন্তAdjective
ধৰ্ম্মত থকা; শ্ৰদ্ধাৰে ধৰ্ম্ম আচৰণ কৰা; নৈষ্ঠিক; ভক্তিমন্ত
devout; religious; pious