← ফুৰি যাওক

নিষ্কলঙ্ক

niṣkalaṅka

অৰ্থ

1.

নিৰ্দ্দোষ; কোনো বিধৰ মলিনতা বা দাগ নথকা; নিৰ্ম্মল।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিষ্কলঙ্ক · অসমীয়া অভিধান