কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিধিমতেAdverb
নিয়ম, ব্যবস্হা অনুসৰি
according to laws or rules
- বিধিসন্মত কৰ্bi.dhi.xon.mo.to korVerb-Trans.
কিবা কাম বা বস্তু আদিক আইনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কৰা৷
to make something legal.
- বিধিসন্মতভাৱেbi.dhi.xon.mo.to.bha.beAdverb
as per the rules and regulations of the land
- বিধৌতbi.dhou.toVerbal Adj.
পানীত বা পানীৰে অথবা আন কোনো তৰলেৰে ধোৱা
cleansed with or in water or other liquid
- বিধ্বংস্bidhbaṃsTransitive verb
নষ্ট কৰ্; হানি কৰ্; মোহাৰি গুৰি কৰ্
to destroy; to injure; to break into pieces
- বিনতি কৰ্bi.no.ti korVerb-Trans.
কাৰোবাক কিবা প্ৰয়োজনীয় বা জৰুৰী বস্তু ব্যগ্ৰভাবে বিচৰা, প্ৰাৰ্থনা কৰা
to ask for something in an anxious way because you need it very much
- বিনম্ৰতাৰেbi.nom.ro.ta.reAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- বিনম্ৰভাৱেbi.nom.ro.bha.weAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- বিনাbināIntransitive verb
গুণ বৰ্ণাই শোক কৰ্
to lament
- বিনা আয়াসেbi.na a.ya.xeAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.
- বিনা কষ্টেbi.na kos.teAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.
- বিনা কাৰণেbi.na.ka.ro.neAdverb
কোনো মূল্য বা কাৰণ নোহোৱাকৈ ৷
without price or particular object.
- বিনা চেষ্টাৰেbi.na ses.ta.reAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.
- বিনা মূলে, বিনা মোলেbinā, mūle, binā, moleAdverb
শুদাই; বেচ নিদিয়াকৈ বা নোলোবাকৈ
without price
- বিনা-bi.na-Verb-Intran.
To shed tears from the eye by spontaneous emotions.
- বিনা-কাৰণতbi.na-ka.ro.notAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- বিনা-চেষ্টাইbi.na-ses.taiAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.
- বিনা-চৰ্ত্তেbi.na-sor.teAdverb
কোনো পূৰ্বচৰ্ত্ত নোহোৱাকৈ
without any precondition
- বিনা-দ্বিধাইbi.na-dwi.dhaiVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation
- বিনাবাধাইbi.na.ba.dhaiAdverb
কোনো বাধা অথবা অসুবিধা নোহোৱাকৈ।
done sth without difficulty.