বিনা
binā
অৰ্থ
1.
গুণ বৰ্ণাই শোক কৰ্
to lament
অক. ধা.
2.
মিনতিভাবে ক; নম্ৰভাবে ক; যেনে-"হেন শুনি সূতে বিনাবস্ত অবনত" (প্ৰথম স্কন্ধ)।
সক. ধা.
3.
বাজে, বাহিৰে
except
অব্য.
4.
নোহোবা; নথকা; যেনে-বিনা দোষে বা বিনা কাৰণত; . (পু. অ.) বিনাই।
without; devoid
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ