কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অপ্ৰমাণ কৰ্o.pro.man korVerb-Trans.
to prove to be false
- অপ্ৰযোজ্যVerbal Adj.
(কোনো এক ঔষধ বা চিকিৎসা) কোনো বিশেষ ৰোগীৰ ক্ষেত্ৰত বা বিশেষ অৱস্থাত প্ৰয়োগ কৰিব নলগীয়া
(of a particular drug or treatment) advised not to be applied in specified cases or under specified conditions
- অপ্ৰস্তুত হo.pros.tut hoVerb-Intran.
লাজত পৰি অসুবিধা অনুভৱ কৰ্
to feel uncomfortable because of shame
- অপ্ৰাসঙ্গিকভাৱেo.pra.xong.gik.bha.beAdverb
প্ৰসঙ্গ বা চৰ্চ্চিত বিষয়ৰ সৈতে খাপ নোখোৱা ধৰণে
in a way not pertaining to the context
- অপ্ৰয়াসেapraẏāseAdverb
চেষ্টা নকৰাকৈ; অনায়াসে; অলপ চেষ্টাতে
easily
- অপ্ৰৰোচিতভাৱেo.pro.ro`.si.to.bha.beAdverb
প্ৰৰোচিত নকৰাকৈ বা উচটনি নিদিয়াকৈ
without being provoked or incited
- অপৰিকল্পিতo.po.ri.kol.pi.toVerbal Adj.
যিটো পৰিকল্পনা কৰা হোৱা নাই
something that is not planned
- অপৰিতুষ্টo.po.ri.dus.toVerbal Adj.
সন্তোষ নোপোৱা, তৃপ্ত নোহোৱা, হেঁপাহ নপলোৱা ।
being in the state of not fulfilled
- অপৰিপক্কতাo.po.ri.pok.ko.taVerbal Noun
পৰিপক্কতাৰ অভাৱ; ভালদৰে বিকশিত নোহোৱা অৱস্থা
lack of maturity; the state or condition of not being fully developed or grown
- অপৰিপুষ্টতাo.po.ri.pus.to.taVerbal Noun
পৰিপক্কতাৰ অভাৱ; ভালদৰে বিকশিত নোহোৱা অৱস্থা
lack of maturity; the state or condition of not being fully developed or grown
- অপৰিষ্কাৰAdverb
বা ভাল-বেয়া নিবিচৰাকৈ; যেনেকৈ পায় তেনেকৈ; অকাৰণে
without any regard or care; indiscriminately
- অপৰিৱৰ্তিতo.po.ri.bor.ti.toProper Adj.
পৰিৱৰ্তন নোহোৱা, একে অবস্থাতে থকা ।
remaining the same, not changed.
- অপৰ্বতনVerbal Noun
দেহৰ মধ্যৰেখাৰপৰা আঁতৰলৈ কৰা হাত বা ভৰিৰ সঞ্চালন
Movement of a limb or other part of the body away from the midline
- অবতীৰ্ণ হo.bo.tir.no hoVerb-Intran.
উৰাজাহাজ বা পক্ষীয়ে আকাশৰ পৰা নামি আহি মাটিত পৰা
to touch land by a flying object like an aeroplane or a bird
- অবতৰণ কৰ্o.bo.to.ron korVerb-Intran.
উৰাজাহাজ বা পক্ষীয়ে আকাশৰ পৰা নামি আহি মাটিত পৰা
to touch land by a flying object like an aeroplane or a bird
- অবমতেAdverb
মূৰ দোঁবাই; নম্ৰ বা বিনীতভাবে
in a bending posture; humbly
- অবলীলা-ক্ৰমেAdverb
অনায়াসে; সহজে; বিনাপৰিশ্ৰমে
easily; without effort
- অবশ্যabaśyaAdverb
নিশ্চয়ে; বাৰণ কৰিব নোবৰাকৈ
certainly; inevitably
- অবশ্যেabaśyeAdverb
নিশ্চয়ে; বাৰণ কৰিব নোবৰাকৈ
certainly; inevitably
- অবহিতেabahiteAdverb
সাবধানে; মনোযোগেৰে সৈতে
carefully