কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শাল্মলীxal.mo.liCommon Noun
ৰেচমৰ দৰে মিহি কপাহ উৎপাদক বম্বাক্স প্ৰজাতিৰ এবিধ গছ
a tree of genus Bombax which produces silky soft cotton
- শাশন শালxa.xon xalMaterial Noun
মৰা মানুহক খৰি দিয়া ঠাই ।
The place where people are burnt after death.
- শাশন-শালśāśana-śālaNoun
মৰা পোতা বা খৰি দিয়া ঠাই
a burial or burning ground
- শাশন-শালীśāśana-śālīNoun
মৰিশালিত থকা এবিধ ভুতুনী
a evil spirit supposed to abide in burning or burial ground
- শাসকNoun
শাসন কৰোঁতা।
- শাসনśāsanaNoun
অধীনত ৰাখি চলোবা কাৰ্য্য; ৰাজ্য চলোবা কাৰ্য্য; বশ কৰা কাৰ্য্য; দমন
governance; subjugation; control
- শাসন-কৰ্তাNoun
শাসন কৰোঁতা; ৰাজ্য চলাওঁতা
a governor; a controller
- শাসন-কৰ্ত্তাNoun
শাসন কৰোঁতা; ৰাজ্য চলাওঁতা
a governor; a controller
- শাসন-প্ৰণালীxa.xon-pro.na.liAbstract Noun
শাসন কৰাৰ প্ৰণালী৷
system of administration.
- শাসন-ব্যৱস্থাxa.xon-byo.bos.thaAbstract Noun
শাসন কৰাৰ প্ৰণালী৷
system of administration.
- শাসনকালxa.xon.kalProper Noun
কোনো অধিপতিয়ে শাসন কৰা কাল; ৰাজত্বৰ কাল| যেনেঃ অসম ৰজাৰ আমোলত|
A period during which something or somebody is dominant or powerful.
- শাসনকৰ্তাxa.xon.kor.taCommon Noun
দণ্ড বা শাসন কৰোঁতা; দমাই ৰাখোঁতা|
One who has authority to control or restrain; not an administrator exactly.
- শাসনতন্ত্ৰxa.xon.ton.toAbstract Noun
শাসন কৰাৰ প্ৰণালী৷
system of administration.
- শাসোঁতাNoun
শাসন কৰোঁতা; ৰাজ্য চলাওঁতা
a governor; a controller
- শাস্তাxas.taCommon Noun
এটা এলেকা বা ৰাজ্যৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা কৰ্ত্তৃপক্ষ
the authority who controls the functioning of an area or state
- শাস্তিśāstiNoun
দোষীক দিয়া দণ্ড
punishment awarded for sin or crime committed
- শাস্তি-শলাśāsti-śalāNoun
শূলত দিয়া আদি দণ্ড; যি কোনো বিধৰ শাস্তি
punishment; impaling; torture
- শাস্ত্ৰśāstraNoun
ইহকাল, পৰকালৰ জ্ঞান বা উপদেশ দিয়া পুথি; ধৰ্মনীতি বা বিজ্ঞানৰ শিক্ষা দিয়া পুথি
a treatise on law, religion or science; a sacred or religious treatise generally
- শাস্ত্ৰকাৰNoun
শাস্ত্ৰ লিখোঁতা
an author of a sacred book
- শাস্ত্ৰবিদNoun; Adjective
শাস্ত্ৰজ্ঞ
conversant with the śāstras