← ফুৰি যাওক

শাসন

śāsana

অৰ্থ

1.

অধীনত ৰাখি চলোবা কাৰ্য্য; ৰাজ্য চলোবা কাৰ্য্য; বশ কৰা কাৰ্য্য; দমন

governance; subjugation; control

বি.

2.

আদেশ

order; command

বি.

3.

ৰজাৰ আদেশ থকা শিলৰ, তামৰ ফলি আদি

edict; inscription

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শাসন · অসমীয়া অভিধান